• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত প্ৰৱেশ কৰিলে এইচএমপিভি; মাৰাত্মক চীনা ভাইৰাছত আক্ৰান্ত ৮ মহীয়া শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2025 11:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভাৰতত প্ৰৱেশ কৰিলে এইচ এম পি ভি (HMPV)। জানিব পৰা মতে, বেংগালুৰুৰ এটি শিশুৰ মৃতদেহত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। আক্ৰান্ত ৮ মহীয়া শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ব্যক্তিগত চিকিৎসালয়ৰ লেবত শিশুটিৰ নমুনা পৰীক্ষা কৰা হয়। তাৰ শৰীৰৰ নমুনা পৰীক্ষাৰ সময়তে এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। অৱশ্যে ভাৰত চৰকাৰৰ মতে বহু বছৰ পূৰ্বেও দেশত এইচ এম পি ভি পোৱা গৈছিল।

বিশেষজ্ঞসকলৰ মতে এইচএমপিভি বা হিউমেন মেটানিউৰ’ভাইৰাছ ১১ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। জ্বৰত আক্ৰান্ত ৰোগীৰ ভিতৰত ০.৭ শতাংশৰ দেহত এইচএমপিভি থাকে।

Apply Now

কিন্তু শেহতীয়াকৈ চীনত এই ভাইৰাছৰ কোনটো ষ্ট্ৰেইনে আধিপত্য দেখুৱাইছে সেই লৈ অন্ধকাৰত আছে কৰ্ণাটকৰ স্বাস্থ্য বিভাগ। তেওঁলোকৰ মতে ব্যক্তিগত চিকিৎসালয়ৰ পৰা ৰিপৰ্ট পালেও এইচএমপিভিৰ অস্তিত্বক লৈ কোনো সন্দেহ নাই। কিন্তু বেংগালুৰু বেপ্টিষ্ট হাস্পতালত ভৰ্তি হোৱা শিশুটিৰ দেহত এইচএমপিভিৰ কোনটো ভেৰিয়েন্ট পোৱা গৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে দেওবাৰে এইচ এম পি ভিৰ প্ৰভাৱৰ কথা উল্লেখ কৰি কেৰালা চৰকাৰে জনসাধাৰণক আতংক বিয়পাই নিদিবলৈ পৰামৰ্শ দিছিল। কিন্তু ঘৰৰ বাহিৰলৈ যোৱাত মাস্ক ব্যৱহাৰ কৰিবলৈ কৈছে। গৰ্ভৱতী মহিলা আৰু বয়স্ক নাগৰিকে বিশেষ সাৱধান হোৱা উচিত।

তেলেংগানাতো একেধৰণৰ সতৰ্কবাণী জাৰি কৰা হয়। যদিও শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে এক অধিসূচনাযোগে আতংকিত হ’বলগীয়া একো নাই বুলি নিশ্চিত কৰিছে, তথাপিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলাটো বাঞ্ছনীয়। এই গাইডলাইন জাৰি হোৱাৰ পিছতহে কেৰালাৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকত এই ভয়ংকৰ চীনা ভাইৰাছ পোৱা গৈছে। কিন্তু সেই ৰাজ্যই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ নাগৰিকসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি হোৱা নাই।

এইচ এম পি ভিৰ বিষয়ে দেশবাসীক আশ্বাস দিছে স্বাস্থ্য মন্ত্ৰালয়ে। শনিবাৰে এইচ এম পি ভি ভাইৰাছ সন্দৰ্ভত যৌথ নিৰীক্ষণ গোটৰ বৈঠক আহ্বান কৰে মন্ত্ৰালয়ে। বৈঠকৰ অন্তত স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘WHOৰ পৰা পোৱা খবৰৰ ওপৰত বিষয়াসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। স্বাস্থ্য মন্ত্ৰালয়েও এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সম্পূৰ্ণ প্ৰস্তুত বুলি প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd