• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ ঘোষণাৰ প্ৰয়োজন নাই : আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2025 9:00 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ মুৰব্বী মোহন ভাগৱতে গুৱাহাটীত এক বিশেষ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে ভাৰতক আনুষ্ঠানিকভাৱে ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো ইয়াৰ সভ্যতাকেন্দ্ৰিক প্ৰকৃতিয়ে ইতিমধ্যে এই সত্য প্ৰতিফলিত কৰিছে।

“ভাৰত আৰু হিন্দু সমাৰ্থক। যিজন ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ অনুভৱ কৰে তেওঁ হৈছে হিন্দু,” বুলি মন্তব্য কৰে ভাগৱতে।

Apply Now

বিশিষ্ট ব্যক্তিসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ ‘হিন্দু’ শব্দটোক কেৱল এক ধৰ্মীয় পৰিচয় হিচাপে নহয়, বৰঞ্চ হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ধাৰাবাহিকতাৰ শিপাই থকা এক সভ্যতাৰ পৰিচয় হিচাপে ব্যাখ্যা কৰে।

ভাগৱতে দৃঢ়তাৰে কয় যে আৰ এছ এছৰ মূল লক্ষ্য হৈছে চৰিত্ৰ গঠনত মনোনিৱেশ কৰি ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তোলাত অৰিহণা যোগোৱা। তেওঁ কয়, “বৈচিত্ৰ্যৰ মাজত ভাৰতক একত্ৰিত কৰাৰ পদ্ধতিক আৰ এছ এছ বুলি কোৱা হয়।” তেওঁ লগতে স্পষ্ট কৰে যে সংঘ কাৰো বিৰোধিতা বা ক্ষতি কৰিবলৈ সৃষ্টি হোৱা নাই।

তেওঁ অসমৰ “জনগাঁথনিগত পৰিৱৰ্তন”ৰ উদ্বেগৰ বিষয়ে কয় আৰু সকলোকে নিজৰ মাটি তথা পৰিচয় ধৰি ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ লগতে, অবৈধ অনুপ্ৰৱেশ, আৰু সুষম জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। হিন্দুসকলৰ বাবে তিনিটা সন্তানৰ নিয়ম আৰু বিভাজনকাৰী ধৰ্মান্তৰকৰণৰ বিৰোধিতা কৰাৰ গুৰুত্বকো তেওঁ উল্লেখ কৰে।

RSS মুৰব্বীগৰাকীয়ে বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰৰ পোষকতা কৰে।

উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰতৰ ঐক্যৰ এক উজ্জ্বল উদাহৰণ বুলি অভিহিত কৰি তেওঁ লাচিত বৰফুকন আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে ব্যক্তিৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়ে কয়, যিসকলে সকলো ভাৰতীয়কে অনুপ্ৰাণিত কৰে। তেওঁ সমাজৰ সকলো শ্ৰেণীকে নিস্বাৰ্থভাৱে জাতি নিৰ্মাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা মোহন ভাগৱতে আজি, বুধবাৰে, যুৱ সভাত ভাষণ দিয়াৰ কথা আছে। ইয়াৰ পাছতে ২০ নৱেম্বৰত তেওঁ মণিপুৰলৈ ৰাওনা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd