• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বগুৰুৰ ভাৰতত বছৰি বৃদ্ধি পাইছে ভোকাতুৰ লোকৰ সংখ্যা, গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 15, 2022 2:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বগুৰুৰ ভাৰত ধনে-ধানে ভৰি থাকিব লাগিছিল, সকলো মানুহে পেট পূৰাই খাবলৈ পাব লাগিছিল। কিন্তু তেনে একোৱেই হোৱা নাই ভাৰতত। ইয়াৰ বিপৰীতে অৰ্থনীতিৰ বিকাশৰ জয়ঢোল কোবাই থকা চৰকাৰ খনক পুনৰ বাৰ লাজত পেলাই গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিতহে হ’ল।

বিগত বৰ্ষত ভাৰতৰ স্থান ১০১ ত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও পিছলি তললৈ গ’ল ভাৰত। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান আওৰাই থকা সকলক লজ্জিত কৰি মাত্ৰ এটা বছৰতে দেশত খাবলৈ নাপাই চটফটাই থকা লোকৰ সংখ্যা বৃদ্ধিহে পালে। তাতোকৈও লাজৰ কথাটো হ’ল গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান এইবেলি পাকিস্তান, বাংলাদেশ, নেপাতকৈয়ো তলত থাকিল।

Apply Now

বিশ্বৰ ১২১ খন দেশৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স (জিএইচআই)ত ২০২২ ত বিশ্বগুৰুৰ ভাৰতৰ স্থান ১০৭ সংখ্যক স্থানলৈ অৱনমিত হোৱাৰ কথাই বহুতকে চিন্তি কৰি তুলিছে। ২০২১ চনত ভাৰতৰ স্থান আছিল ১০১ । এইবেলিচীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে বিশ্বব্যাপী ক্ষুধা সূচকত শীৰ্ষ স্থানত আছে। ভাৰতৰ স্থান পূৰ্বতকৈও অৱনমিত হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত ২০১৪ চনৰে পৰা আমাৰ ক্ষুধা সূচকৰ দ্ৰুত অৱনতি ঘটিছে।

তেওঁ প্ৰশ্ন কৰে, “মাননীয় প্ৰধানমন্ত্ৰীয়ে কেতিয়া পুষ্টিহীনতা, ভোক, আৰু শিশুসকলৰ অপচয়ৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব?” আইৰিছ সাহায্য সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকৰ স্তৰক “গুৰুতৰ” বুলি অভিহিত কৰিছে।

২০২১ চনত ভাৰত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত আছিল। এতিয়া তালিকাত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭ সংখ্যক স্থানলৈ অৱনমিত হৈছে। উল্লেখ্য বিগত বৰ্ষত এই তালিকাত ভাৰত ১০০ সংখ্যক স্থানৰ তললৈ নামি যোৱাৰ বাবে মোদীৰ চৰকাৰে প্ৰতিবেদনখনক সমালোচনা কৰি – “আচৰিত” আৰু “অবাস্তৱ” প্ৰতিবেদন বুলি কৈছিল। চৰকাৰে দাবী কৰিছিল যে গ্লোবেল হাংগাৰ ইণ্ডেক্স গণনা কৰিবলৈ ব্যৱহৃত পদ্ধতিটো অবৈজ্ঞানিক আছিল।

কিন্তু ভাৰত চৰকাৰৰ দাবী খণ্ডন কৰি ৱেল্ট হাংগাৰ হিলফে কৈছিল যে ভাৰতৰ ৰেংকিঙৰ পতন গেলপৰ দ্বাৰা পৰিচালিত এক জনমত জৰীপৰ ওপৰত আধাৰিত আছিল।ডব্লিউ.এইচ.এইচ.-য়ে কৈছিল যে গেলপ জনমত জৰীপটো জি.এইচ.আই.-ৰ দ্বাৰা ব্যৱহাৰ কৰা নহয়, তাৰ পৰিৱৰ্তে ভাৰতৰ দ্বাৰা ৰাষ্ট্ৰসংঘত আনুষ্ঠানিকভাৱে উপস্থাপন কৰা তথ্য ব্যৱহাৰ কৰি অপুষ্টি জোখা হয়। 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd