• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চিন্তনীয়; ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ভংগ কৰিলে পূৰ্বৰ সকলো ৰেকৰ্ড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2020 11:30 am

1 min read

মহাৰাষ্ট্ৰত ৭১৪ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত

প্ৰতিনিধিত্বমূলক ছবি

7.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দৈনিক ২০ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত ২৬ হাজাৰ ৫০৬ গৰাকী লোক আক্ৰান্ত হৈছে। এইটো হৈছে এটা দিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।

আনহাতে কালিৰ দিনটোত ক’ৰ’নাৰ ফলত দেশত ৪৭৫ গৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্যই পুনৰ এইটোকে প্ৰমাণ কৰিছে যে ক’ৰ’নাৰ সংহাৰ ভাৰতত চৰম পৰ্যালয়ৈ গতি কৰিছে।

উল্লেখ্য যে দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৭ লাখ ৯৩ হাজাৰ ৮০২। আনহাতে সৰ্বমুঠ ২১ হাজাৰ ৬০৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

আনহাতে ৪ লাখ ৯৫ হাজাৰ ৫১৩ গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ২ লাখ ৭৬ হাজাৰ ৬৮৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

ক’ৰ’না সংক্ৰমিতৰ সংখ্যাৰে ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে যদিও ভাৰতৰ বাবে এটাই ভাল খবৰ যে আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হৈ উঠাৰ সংখ্যা সৰ্বাধিক।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd