• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত ভাৰত, প্ৰথম স্থানত ইউক্ৰেইন : ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 2:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। এই ক্ষেত্ৰত ইউক্ৰেইনৰ পিছতেই স্থান লাভ কৰিছে ভাৰতে।

ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (SIPRI) প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

Apply Now

২০১০ চনৰ পৰা ২০১৯ চনলৈকে বিশ্বব্যাপী অস্ত্ৰ বিক্ৰী ব্যাপকভাৱে সুস্থিৰ হৈ আছে। কিন্তু ভালদৰে চালে দেখা যায় যে বিশ্বৰ ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱে গ্ৰাহকৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে।

২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইউক্ৰেইনে সৰ্বাধিক অস্ত্ৰ আমদানি কৰিছে। অস্ত্ৰ আমদানিৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰিছে ইউক্ৰেইনে। ২০২০ চনৰ পৰা ২০২৪ চনলৈ বিশ্বজুৰি ৰপ্তানি কৰা সকলো অস্ত্ৰৰ ৯ শতাংশ কেৱল ইউক্ৰেইনলৈ গৈছিল।

অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ইউক্ৰেইন প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে। অৱশ্যে ভাৰতে অস্ত্ৰ ক্ৰয়ৰ পৰিমাণ শেহতীয়াকৈ হ্ৰাস কৰিছে।

একে সময়তে ইউৰোপীয় দেশসমূহত অস্ত্ৰ ক্ৰয় ১৫ শতাংশ বৃদ্ধি পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাৰ বৈদেশিক নীতিক লৈ অনিশ্চয়তাৰ বাবেও অস্ত্ৰ বিক্ৰীও বৃদ্ধি পাইছে।

এই প্ৰতিবেদনৰ অন্যতম লেখক মেথিউ জৰ্জে কয় যে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে বুলি ভয়ত ইউৰোপে অধিক অস্ত্ৰ ক্ৰয় কৰিছে। পূৰ্বে সৰ্বাধিক অস্ত্ৰ আমদানি কৰা চৌদি আৰব, ভাৰত আৰু চীনে এই সময়ছোৱাত অস্ত্ৰ ক্ৰয় হ্ৰাস কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ৰ পৰা ২০২৪ চনৰ ভিতৰত ৩৫খন দেশে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। ইয়াৰে ৪৫ শতাংশ অস্ত্ৰ-শস্ত্ৰ কেৱল আমেৰিকাৰ পৰাই ক্ৰয় কৰা হৈছে। জাৰ্মানীয়ে ১২ শতাংশ আৰু পোলেণ্ডে ১১ শতাংশ অস্ত্ৰ যোগান ধৰিছে।

ইয়াৰ পৰাই বুজা যায় যে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিলে ইউক্ৰেইন কিমান সমস্যাৰ সন্মুখীন হ’ব।

এছআইপিআৰআই আৰ্মছ ট্ৰেন্সফাৰ প্ৰগ্ৰেমৰ জ্যেষ্ঠ গৱেষক পিটাৰ ৱেইজমেনে কয় যে আমেৰিকাৰ পৰা অস্ত্ৰ আমদানি বৃদ্ধি পাইছে। ইউৰোপৰ দেশসমূহে আমেৰিকাৰ পৰা পাঁচশ যুদ্ধ বিমান আৰু অন্যান্য অস্ত্ৰ ক্ৰয়ৰ অৰ্ডাৰ দিছে।

অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকা বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে। ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁলোকে ১০৭খন দেশক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। মুঠ অস্ত্ৰ ৰপ্তানিৰ ৪৩ শতাংশ আমেৰিকাই কৰিছে। মেথিউ জৰ্জে কয় যে তেওঁলোকৰ অস্ত্ৰ ৰপ্তানি দ্বিতীয় স্থানত থকা ফ্ৰান্সৰ তুলনাত চাৰিগুণতকৈও অধিক।

২০১৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ৰাছিয়াৰ অস্ত্ৰ ৰপ্তানি ৬৩ শতাংশ হ্ৰাস পাইছে। ২০২১ আৰু ২০২২ চনত তেওঁলোকে যোৱা দুটা দশকৰ ভিতৰত আটাইতকৈ কম অস্ত্ৰ বিক্ৰী কৰিছে।ৱেইজমেনে কয় যে ইউক্ৰেইনৰ যুদ্ধৰ ফলত ৰাছিয়াৰ অস্ত্ৰ ৰপ্তানি যথেষ্ট হ্ৰাস পাইছে। নিষেধাজ্ঞাৰ ফলত তেওঁলোকে আন দেশলৈ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰিবলৈ সক্ষম হোৱা নাই। যদি তেওঁলোকে অস্ত্ৰৰ ক্ৰয় কৰিব পৰা কোনো দেশ আছে তেন্তে সেয়া হ’ল চীন আৰু ভাৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd