• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 7:54 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে দিয়া নতুন ভাবুকিৰ পিছত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ৰাছিয়াৰ পৰা তেল আমদানি কৰাটো ভুল নহয়, বৰঞ্চ দেশখনৰ অৰ্থনৈতিক অৱস্থা বজাই ৰাখিবলৈ এই সিদ্ধান্ত নিতান্তই প্ৰয়োজনীয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত পশ্চিমীয়া দেশসমূহে বিশেষকৈ ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ পৰা বৃহৎ হাৰত সামগ্ৰী আৰু শক্তি আমদানি কৰি আহিছে। এনে পৰিস্থিতিত কেৱল ভাৰতক লক্ষ্য কৰি লোৱাটো অযুক্তিকৰ আৰু পক্ষপাতদুষ্ট।

Apply Now

নতুন দিল্লীৰ বিবৃতিত কোৱা হৈছে যে যুদ্ধৰ সময়ত ভাৰতৰ পৰম্পৰাগত তেল যোগানকাৰী সংস্থাসমূহ ইউৰোপমুখী হোৱাৰ বাবে ৰাছিয়াৰ সস্তীয়া তেলৰ দিশে মুখ কৰিবলগীয়া হৈছিল। সেই সময়ত আনকি আমেৰিকাই ভাৰতক উৎসাহিত কৰিছিল যাতে বিশ্ব বজাৰত ইন্ধনৰ দাম নিয়ন্ত্ৰণত থাকে।

ইপিনে, চৰকাৰী পৰিসংখ্যাৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰু কয় যে ২০২৪ চনত ইউৰোপীয় ইউনিয়নৰ সৈতে ৰাছিয়াৰ দ্বিপাক্ষিক বাণিজ্য আছিল ৬৭.৫ বিলিয়ন ইউৰো (সামগ্ৰী) আৰু ১৭.২ বিলিয়ন ইউৰো (সেৱা)। আনহাতে, ২০২৪ চনত ইউৰোপে ৰাছিয়াৰ পৰা ১ কোটি ৬৫ লাখ টন এল এন জি আমদানি কৰিছিল, যিয়ে ২০২২ চনৰ অভিলেখ অতিক্ৰম কৰিছিল।

আমেৰিকাই এতিয়াও ৰাছিয়াৰ পৰা ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, পেলেডিয়াম, সাৰ আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থ আমদানি কৰি আছে। ইয়াৰ পিছতো কেৱল ভাৰতক লক্ষ্য কৰি লোৱাৰ যুক্তিযুক্ততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে দিল্লীয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “ভাৰতেও দায়িত্বশীল অৰ্থনীতিৰ দৰে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰে। বিশ্ব বাণিজ্যৰ বাস্তৱতাক বিবেচনা নকৰাকৈ ভাৰতক পৃথকভাৱে দোষাৰোপ কৰাটো অযুক্তিকৰ।”

উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি তাৰ পিছত মুকলি বজাৰত অধিক মূল্যত বিক্ৰী কৰিছে। ইয়াৰ বাবে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰা হ’ব।

কিন্তু চৰকাৰী সূত্ৰই কয় যে ভাৰতীয় অৰ্থনীতিত এই শুল্ক বৃদ্ধিৰ প্ৰভাৱ প্ৰায় নগণ্য, আৰু জিডিপিৰ ওপৰত ইয়াৰ প্ৰভাৱ ০.২ শতাংশতকৈ অধিক নহ’ব। মুঠতে ট্ৰাম্পৰ ভাবুকিলৈ নতুন দিল্লীয়ে ভয় কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd