• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকাহ হ’ব! এল পি জিৰ বিকল্প হিচাপে আহি আছে ইথানল ষ্ট’ভ; কেন্দ্ৰই লৈছে ডাঙৰ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 8:36 am
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিকল্প হিচাপে ইথানল চালিত ষ্ট’ভ অতি সোনকালে বজাৰলৈ আহি আছে। এই নতুন পদক্ষেপে বাণিজ্যিক এল পি জিৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে হোটেল মালিক আৰু অন্যান্য ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে। গ্ৰেই ইথানল নিৰ্মাতা সন্থাই ইথানল কুকিং ষ্টোভ নিৰ্মাণৰ কাম চলি থকা বুলি জানিবলৈ দিছে আৰু এই সন্দৰ্ভত চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰা হৈছে।

ইৰাণ যুদ্ধৰ পিছত খাৰুৱা তেলৰ যোগানত যি সংকটৰ সৃষ্টি হৈছে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্যত। শেহতীয়াকৈ দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪২ টকা আৰু কলকাতাত ৫৩.৫০ টকা আৰু গুৱাহাটীত ৫৪ টকা বৃদ্ধি পাইছে। ফলত দিল্লীত ১৯ কেজিৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ৩১১৩.৫০ টকা আৰু কলকাতাত ৩২৫৫.৫০ টকা আৰু গুৱাহাটীত ৩৩৪৭.০০ টকা হৈছেগৈ।

Apply Now

বাণিজ্যিক চিলিণ্ডাৰৰ এই মূল্যবৃদ্ধিৰ বাবে ৰেষ্টুৰেণ্ট চলোৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে। ফলত বহু ঠাইত মালিকে খাদ্যৰ দাম বৃদ্ধি বা পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য হৈছে। এই অতিৰিক্ত বোজাৰ বাবে ক্ষুদ্ৰ হোটেল বন্ধৰ সন্মুখীন হৈছে। ফলত কাম হেৰুৱাৰ ভয়ৰ সৃষ্টি হয়। ভাৰতীয় নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনেও এল পি জিৰ যোগানত বাধা আহিলে পৰিসেৱা ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

বাণিজ্যিক খণ্ডত যদি এল পি জিৰ সলনি ইথানল ব্যৱহাৰ কৰা হয় তেন্তে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা প্ৰায় ১৫ শতাংশ হ্ৰাস কৰা সম্ভৱ হ’ব। ফলত তেল আমদানিৰ খৰচ বহু পৰিমাণে ৰাহি হ’ব। ভৱিষ্যতে ইন্ধনৰ নাটনি বা খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ দৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ইথানলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

বাণিজ্যিক ইথানল ষ্ট’ভৰ লগতে ডিজেলত ইথানল মিহলোৱাৰ প্ৰক্ৰিয়াও আগবাঢ়িছে। ভাৰতে অচিৰেই খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিবলৈ ডিজেলত আইছ’বিউটানল মিহলি কৰাটো বাধ্যতামূলক কৰিব পাৰে। ইয়াৰ বাবে চৰকাৰে এটা পাইলট প্লাণ্ট স্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd