• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভংগ হ’ল প্ৰত্যাৱৰ্তনৰ আশা ! এডিলেইডত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ শৃংখলা হেৰুৱালে ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 7:49 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডিলেইডত অষ্ট্ৰেলিয়াৰ হাতত অপ্ৰত্যাশিত পৰাজয়ে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ শেষ আশাও ভংগ কৰিলে। আজি এডিলেইড অৱেলত অনুষ্ঠিত মেচত ভাৰতে ২৬৪ ৰানৰ লক্ষ্য বান্ধি দিয়াৰ পিছটো অষ্ট্ৰেলিয়াই ২টা উইকেটত জয় লাভ কৰে। যাৰ ফলত ভাৰতে এই শৃংখলা হেৰুৱায়।

পাৰ্থত হোৱা প্ৰথম মেচত প্ৰত্যাৱৰ্তনকাৰী দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ব্যৰ্থতাৰ ফলত ভাৰতীয় দলটোৱে পৰাজয় স্বীকাৰ কৰিছিল। নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত এইবাৰ শৃংখলাত প্ৰত্যাৱৰ্তন হ’ব বুলি অনুৰাগীসকলে আশা কৰিছিল। কিন্তু এডিলেইডত আজি এই আশাও চূৰ্ণ হৈ গৈছে।

Apply Now

মেচখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্চে টছ জিকি ভাৰতক প্ৰথমে বেটিংৰ বাবে আগবঢ়াই দিয়ে। ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৯ উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰিছিল। ৰোহিত শৰ্মাই দললৈ সৰ্বাধিক ৭৩ ৰানৰ অৱদান দিলেও কোহলী পুনৰবাৰ ব্যৰ্থ হয়। কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হয়। ইয়াৰ বিপৰিতে গিলে মাত্ৰ ৯ ৰানৰ অৱদান আগবঢ়ায়। শ্ৰেয়স আয়াৰে ৬১ আৰু অক্ষৰ পটেলে ৪৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। শেষলৈ হৰ্ষিত ৰানাই ২৪ ৰানৰ সৈতে দলৰ ইনিংছ ২৬৪ লৈ আগুৱাই নিয়ে।

ইফালে জয়ৰ বাবে অষ্ট্ৰেলিয়াই যুঁজিব লগীয়া হয় যদিও জয় লাভ কৰে আৰু মেচখনত দৰ্শনীয় বলিঙৰ বাবে জাম্পা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। অষ্ট্ৰেলিয়াৰ এই জয়ে ভাৰতৰ প্ৰত্যাৱৰ্তনৰ সপোন ভংগ কৰিছে। ৰোহিত-কোহলীৰ অভিজ্ঞতা আৰু গিলৰ নেতৃত্বত শৃংখলাত পুৰাপুৰি প্ৰত্যাৱৰ্তন হ’ব বুলি আশা কৰা হৈছিল, কিন্তু দুই মেচতো ব্যৰ্থতাৰ বাবে দলটোৱে শৃংখলা হেৰুৱাই। শৃংখলাৰ অন্তিমখন মেচ অহা ২৫ অক্টোবৰত ছিডনীত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd