• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০০০ চনৰ পৰা ভাৰতত ২৩ লাখ হেক্টৰতকৈ অধিক বনাঞ্চল ধ্বংস : গ্ল’বেল ফৰেষ্ট ৱাচ্চৰ তথ্য

by
April 14, 2024 8:40 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ গ্ল’বেল ফৰেষ্ট ৱাচ্চ মনিটৰিং প্ৰজেক্টে প্ৰকাশ কৰা তথ্য অনুসৰি ২০০০ চনৰ পৰা ভাৰতে ২৩.৩ লাখ হেক্টৰ বনাঞ্চল হেৰুৱাইছে, যিটো বৰ্তমান সময়ছোৱাত থকা বনাঞ্চলৰ ছয় শতাংশ হ্ৰাস পোৱাৰ সমতুল্য।

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎসৰ জৰিয়তে বাস্তৱ সময়ত বনাঞ্চলৰ পৰিৱৰ্তন অনুসৰণ কৰা গ্ল’বেল ফৰেষ্ট ৱাচ্চে কয় যে ২০০২ চনৰ পৰা ২০২৩ চনলৈকে দেশখনে ৪,১৪,০০০ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল (৪.১ শতাংশ) হেৰুৱাইছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০০১ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলসমূহে বছৰি ৫ কোটি ১০ লাখ টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰিছিল আৰু ১৪.১ কোটি টন কাৰ্বন ডাই অক্সাইড আঁতৰাইছিল। ভাৰতত গছৰ ক্ষতিৰ ফলত প্ৰতি বছৰে গড়ে ৫১.০ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হৈছিল। মুঠতে এই সময়ছোৱাত ১.১২ গিগাটন কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছিল বুলি প্ৰতিবেদনে সন্দেহ ব্যক্ত কৰিছে।

Apply Now

তথ্য অনুসৰি ২০১৩ চনৰ পৰা ২০২৩ চনলৈ ভাৰতৰ বনাঞ্চলৰ আৱৰণৰ ৯৫ শতাংশ ক্ষতি হৈছে প্ৰাকৃতিক বনাঞ্চলৰ ভিতৰত।২০১৭ চনত সৰ্বাধিক লোকচান হৈছিল ১,৮৯,০০০ হেক্টৰ। ইয়াৰ পূৰ্বে ২০১৬ চনত দেশৰ ১,৭৫,০০০ হেক্টৰ আৰু ২০২৩ চনত ১,৪৪,০০০ হেক্টৰ ভূমিৰ লোকচান হৈছিল, যিটো বিগত ছবছৰৰ ভিতৰত সৰ্বাধিক৷গ্ল’বেল ফৰেষ্ট ৱাচ্চৰ তথ্যনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মুঠ বনাঞ্চল আৱৰণৰ ক্ষতিৰ ৬০ শতাংশই পাঁচখন ৰাজ্যত সংঘটিত হৈছে।

খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত বছৰি ৬,৬৮,০০০ হেক্টৰ বনাঞ্চল ধ্বংসৰ হাৰ আছিল, যিটো বিশ্বৰ দ্বিতীয় সৰ্বাধিক।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd