DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুৰ্দান্ত খেল প্ৰদৰ্শন টীম ইণ্ডিয়াৰ : ৬৭ ৰাণত পৰাস্ত শ্ৰীলংকা

ইয়াৰ লগতে বিশেষভাবে খেল প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ৪৫তম শতক অৰ্জন কৰে এই খেলখনত।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 8:49 am
108
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত শ্ৰীলংকাৰ বিৰুদ্ধে ৬৭ ৰাণত জয়লাভ কৰে টীম ইণ্ডিয়াই। বিৰাট কোহলী, ৰোহিত শৰ্মা, শুবমান গিল, উমৰাণ মালিক, মহম্মদ ছিৰাজৰ বেট-বলৰ দ্ৰুত প্ৰদৰ্শনৰ আগত সেও মানিবলগা হয় বিদেশী দলটোৱে।

শ্ৰীলংকাৰ অধিনায়ক দছুন শনাকাই টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

ফলত শুবমান গিলৰ সৈতে অধিনায়ক ৰোহিত শৰ্মাই ইনিংছ আৰম্ভ কৰে। এফালে ৰোহিতে আগ্ৰাসী বেটিং কৰে, আনফালে শুবমান গিলে শীতল মগজুৰে ইনিংছত নেতৃত্ব দিয়ে। ৰোহিত শৰ্মা আৰু শুবমান গিলে মুঠ ১৪৩ ৰাণ সংগ্ৰহ কৰে।  শুবমান গিলে ৭০ ৰাণ আৰু ৰোহিত শৰ্মাই মুঠ ৮৩ ৰান সংগ্ৰহ কৰে।

ইয়াৰ লগতে বিশেষভাবে খেল প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ৪৫তম শতক অৰ্জন কৰে এই খেলখনত। ৮৭টা বলত ১১৩ ৰাণৰ সংগ্ৰহ কৰাৰ পাছত বিৰাট কোহলীক আউট কৰে কাছুন ৰাজিতাই। উল্লেখ্য যে কোহলীৰ ইনিংছত ১২টা চাৰি আৰু ১টা ছয় আছিল।

ইয়াৰ উপৰিও ভাৰতৰ হৈ কে এ ৰাহুলে ৩৯ ৰাণ, শ্ৰেয়াছ আয়েৰে ২৮ ৰাণ, হাৰ্দিক পাণ্ডিয়াই ১৪ ৰাণ সংগ্ৰহ কৰে। শেষত ভাৰতে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৭৩ ৰাণ সংগ্ৰহ কৰে।

শ্ৰীলংকাৰ হৈ কুশল ৰাজীতাই সৰ্বাধিক ৩ উইকেট দখল কৰে। শ্ৰীলংকাই জয়ৰ লক্ষ্যৰে ৩৭৪ ৰাণ সংগ্ৰহ কৰে।

শ্ৰীলংকাই দসুন শানাকাৰ উজ্জ্বল শতক, পাথুম নিশংকৰৰ ৭২, ধনঞ্জয় দে ছিলভাৰ ৪৭ ৰাণৰ সৌজন্যত সন্মানজনক ইনিংছ অৰ্জন কৰে। শনাকাই সৰ্বাধিক ১০৮ ৰাণ সংগ্ৰহ কৰে। শেষত শ্ৰীলংকাই ৫০ অভাৰত ৮ উইকেটত ৩০৬ ৰাণ সংগ্ৰহ কৰে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd