• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি হাইভল্টেজ যুঁজত মুখামুখি হ’ব ভাৰত-পাকিস্তান, অব্যাহত থাকিব নে ভংগ হ’ব ভাৰতৰ অপৰাজেয় ধাৰা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2021 2:46 pm
India VS Pakistan T-20 World Cup Match
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত অনুষ্ঠিত ২০২১ চনৰ টি-২০ বিশ্বকাপৰ চুপাৰ ১২ পৰ্যায়ত হাইভল্টেজ যুঁজত আজি মুখামুখি হ’ব দুই চুবুৰীয়া দেশ ভাৰত আৰু পাকিস্তান। ক্ৰিকেট ফিল্ডত শক্তিশালী এছিয়াৰ দুই শক্তিশালী দেশে এই মেচৰ যোগেদি আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান।

বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰস্তুতি মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ বাবে প্ৰায় প্ৰস্তুত হৈ উঠিছে।

আনহাতে পাকিস্তানে তেওঁলোকৰ প্ৰথম ৱাৰ্ম-আপ খেলত ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় প্ৰস্তুতি খেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হয়।

Also read : Covid India Update দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পালেও হঠাতে বৃদ্ধি পাইছে মৃত্যুৰ ঘটনা

দুয়োখন দেশে ক্ৰিকেটৰ এই চমু সংস্কৰণটিৰ বিশ্বকাপ যুঁজত ষষ্ঠবাৰৰ বাবে মুখামুখি হ’ব।

অৱশ্যে বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিপক্ষে ভাৰতৰ ৰেক’ৰ্ড ভাল। এদিনীয়া বিশ্বকাপত সাতবাৰৰ ভিতৰত সাতবাৰ আৰু টি-২০ বিশ্বকাপৰ সংস্কৰণত পাঁচবাৰৰ ভিতৰত পাঁচবাৰেই জয়ৰ মুখ দেখিছে ভাৰতে।

Apply Now

নিশ্চিতভাৱে এই অপৰাজেয় ধাৰা অক্ষুন্ন ৰখাৰ স্বাৰ্থত ভাৰতীয় দলৰ অধিনায়ক হিচাপে কোহলীৰ ওপৰত অত্যধিক চাপ থাকিব। আনহাতে দেশৰ টি-২০ দলৰ অধিনায়ক হিচাপে টি-২০ বিশ্বকাপেই অন্তিম দায়িত্ব হ’ব বুলি ঘোষণা কৰা কোহলীৰ বাবে জয় কঢ়িয়াই অনাৰ চাপৰ সন্মুখীন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিজন খেলুৱৈৰ।

“পাকিস্তান শক্তিশালী; আমি প্ৰতিবাৰেই তেওঁলোকৰ বিৰুদ্ধে আমাৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট খেলিব লাগিব। তেওঁলোকৰ এনে খেলুৱৈ আছে যি খেলৰ গতি পৰিৱৰ্তন কৰিব পাৰে। আমি নিশ্চিতভাৱে পাকিস্তানৰ বিৰুদ্ধে আমাৰ এই খেলখনত জয় সাব্যস্ত কৰিব লাগিব।” শুকুৰবাৰে এক সংবাদমেলত কোহলীয়ে এইদৰে কয়।

Also read : Covid India Update দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পালেও হঠাতে বৃদ্ধি পাইছে মৃত্যুৰ ঘটনা

কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়াৰ দৰে শক্তিশালী বেটিং লাইন-আপৰ অধিকাৰী হোৱাৰ লগতে ভাৰতৰ বলিং বিভাগতো ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, ভুৱনেশ্বৰ কুমাৰৰ দৰে দক্ষ বলাৰ আছে।

নৱাগত ঈশান কৃষণ আৰু সূৰ্য কুমাৰ যাদৱে বেটিঙত নিজৰ দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। সেইদৰে স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰাহুল চাহাৰৰ প্ৰদৰ্শনো উন্নত।

ভাৰতীয় দলৰ একমাত্ৰ গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় টো হ’ল দলৰ ষষ্ঠজন বলাৰৰ ভূমিকা। যোৱা কেইমাহমানত বলিং নকৰা অলৰাউণ্ডাৰ হাৰ্দিকে দেওবাৰে বলিং কৰিবনে সেইয়া নিশ্চিত নহয়। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰস্তুতি মেচত অধিনায়ক কোহলীয়ে ষষ্ঠ বলাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছিল।

আনহাতে, টি-২০ ক্ৰিকেটত সদায়ে শক্তিশালী পাকিস্তানকো এইবাৰৰ সম্ভাৱ্য বিজয়ীৰ শাৰীত ৰখা হৈছে। অধিনায়ক বাবৰ আজম, মহম্মদ ৰিজৱান, ফখৰ জামান, মহম্মদ হাফিজ, ছোৱেব মালিক,আশ্বিফ আলিৰে গঠিত পাকিস্তানৰ বেটিং লাইন আপ যথেষ্ট শক্তিশালী।

বিশ্ব ক্ৰিকেটত দমনীয় বলিং এটেকৰ ক্ষেত্ৰত পাকিস্তানৰ এক সুনাম আছে। অৱশ্যে পূৰ্বৰ তুলনাত কিছু দুৰ্বল হ’লেও শ্বাহিন আফ্ৰিদি, হাছান আলী, শাদাব খান, ইমাদ ৱাছিম, হাৰিছ ৰউফ আদিৰে গঠিত বলিং আক্ৰমণক উলাই কৰিব নোৱাৰি।

শনিবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি পাকিস্তানৰ অধিনায়ক বাবৰ আজমে কয়, “প্ৰকৃতাৰ্থত ক’বলৈ গ’লে, পুৰণি ৰেক’ৰ্ডৰ ফালৰ পৰা আমি পিছ পৰি আছো। কিন্তু এই খেলত আমি পুৰণি ৰেক’ৰ্ড পাহৰি আমাৰ সামৰ্থ্য আৰু আত্মবিশ্বাস ব্যৱহাৰ কৰিব বিচাৰো যাতে আমি এটা ভাল ফলাফল লাভ কৰিব পাৰো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd