• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

নিবনুৱা সকলৰ বাবে ভাল খবৰ : ভাৰতৰ ডাক বিভাগে মুকলি কৰিছে ৪৪,২২৮ টা গ্ৰামীণ ডাক সেৱকৰ পদ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 4, 2024 2:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগে বিভিন্ন কাৰ্যালয়ত ৪৪২২৮ টা গ্ৰামীণ ডাক সেৱক (জিডিএছ) পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। তলত উল্লেখ কৰা যোগ্যতাৰ মাপকাঠী পূৰণ কৰা প্ৰাৰ্থীসকলে এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

পদৰ নাম : গ্ৰামীণ ডাক সেৱক (GDS)

পোষ্টৰ শ্ৰেণী:

১. শাখা ডাকঘৰ (বিপিএম)

Apply Now

২. সহকাৰী শাখা ডাকঘৰ (এবিপিএম)

৩. ডাক সেৱক

পদৰ সংখ্যা: ৪৪২২৮ টা

অসমত পদৰ সংখ্যাঃ ৮৯৬টা

দৰমহা

বিপিএম – ১২,০০০-২৯,৩৮০/- টকা।

এবিপিএম আৰু ডাক সেৱক – ১০,০০০-২৪,৪৭০/- টকা।

বয়সৰ সীমা : আবেদন দাখিলৰ শেষ তাৰিখ অনুসৰি পৰীক্ষাৰ্থীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

বয়সৰ শিথিলতা : শ্ৰেণী অনুসৰি বয়সৰ শিথিলতা তলত উল্লেখ কৰা ধৰণৰ

# ST/ SC : ৫ বছৰ

OBC : ৩ বছৰ

# PwBD (অসংৰক্ষিত): ১০ বছৰ

# PwBD (OBC): ১৩ বছৰ

# PwBD (SC/ ST): ১৫ বছৰ

শিক্ষাগত অৰ্হতা : জিডিএছৰ বাবে শিক্ষাগত অৰ্হতা হ’ল ভাৰত চৰকাৰ/ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো শিক্ষা ব’ৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত গণিত আৰু ইংৰাজীত উত্তীৰ্ণ নম্বৰসহ দশম শ্ৰেণীৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

স্থানীয় ভাষাৰ দক্ষতা : আবেদনকাৰীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা অন্ততঃ দশম মানলৈকে স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব।

অন্যান্য মাপকাঠী : অন্যান্য প্ৰয়োজনীয় মাপকাঠী হ’ল –

১. কম্পিউটাৰৰ জ্ঞান

২. চাইকেল চলাব জানিব লাগিব

উল্লেখ্য যে এই পদৰ বাবে আবেদন কৰিবলৈ আবেদন মাচুল ইউ পি আই, নেট বেংকিং, ক্ৰেডিট / ডেবিট কাৰ্ড আদিৰ জৰিয়তে অনলাইনযোগে পৰিশোধ কৰিব পাৰিব।

তলত অনলাইন আবেদন পত্ৰৰ লিংক দিয়া হ’ল – https://indiapostgdsonline.gov.in/Reg_validation.aspx

নিযুক্তি প্ৰক্ৰিয়া কিদৰে হ’ব?

আবেদনকাৰীসকলৰ দশম শ্ৰেণীৰ ফলাফল অনুসৰি চিষ্টেম জেনেৰেটেড মেৰিট লিষ্টৰ ভিত্তিত এংগেজমেণ্টৰ বাবে চৰ্টলিষ্ট কৰা হ’ব। এংগেজমেণ্টৰ বাবে চৰ্টলিষ্ট কৰা আবেদনকাৰীৰ তালিকা বিভাগে নিজৰ ৱেবছাইট আৰু জিডিএছ অনলাইন পৰ্টেলত প্ৰকাশ কৰিব। ফলাফল ঘোষণা কৰাৰ লগে লগে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক তেওঁলোকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এছএমএছৰ জৰিয়তে লগতে পঞ্জীয়নভুক্ত ইমেইল ঠিকনাত ইমেইলৰ জৰিয়তে ফলাফল আৰু শাৰীৰিক পৰীক্ষণৰ তাৰিখ আদিৰ বিষয়ে অৱগত কৰা হ’ব।

নথি-পত্ৰৰ ভৌতিক পৰীক্ষণ : ইয়াৰ পিছত চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে নথি-পত্ৰৰ ভৌতিক পৰীক্ষণৰ বাবে নিৰ্দিষ্ট কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

মূল বিজ্ঞাপনৰ লিংক – ইয়াত ক্লিক কৰক

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd