• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Press Freedom Index: সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অৱনমিত ভাৰত; ১৮০খন দেশৰ ভিতৰত স্থান ১৬১ নম্বৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 5:25 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অধিক অৱনমিত হৈছে ভাৰতৰ স্থান। ‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ বা আৰ এছ এফে প্ৰকাশ কৰা তালিকাত ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থানত আছে ভাৰত। ২০২১ চনত ভাৰত ১৪২ নম্বৰত আছিল। যোৱা বছৰ দেশখনে কিছু তললৈ নামি ১৫০ টা স্থান দখল কৰিছিল। এইবাৰ দেখা গ’ল যে ভাৰত এই তালিকাত ১৬১ নম্বৰলৈ নামি আহিছে।

প্ৰতিবেদন অনুসৰি, সাংবাদিকৰ ওপৰত হিংসা, ৰাজনৈতিক পক্ষপাতমূলক সংবাদ মাধ্যমকে ধৰি বিভিন্ন কাৰণে ভাৰতৰ এই পৰিস্থিতি। পাকিস্তান, নেপাল, শ্ৰীলংকাৰ দৰে চুবুৰীয়া দেশসমূহো এই তালিকাত ভাৰততকৈ উন্নত স্থানত আছে।

লগতে পঢ়ক: কেডবেৰীত লিষ্টেৰিয়াৰ আতংক! সমগ্ৰ ইউৰোপতে লাখ লাখ লোকে খোৱা বন্ধ কৰিবলৈ লৈছে চকলেট

Apply Now

বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত ১৫০ নম্বৰত আছে পাকিস্তান। নেপালৰ স্থান ৯৫ নম্বৰত। শ্ৰীলংকা ১৩৫ নম্বৰ স্থানত। অৱশ্যে ম্যানমাৰে তালিকাত আৰু ৩টা স্থান নামি ১৭৩স্থান লাভ কৰে। বাংলাদেশৰ স্থান ১৬৩।

আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস(World Press Freedom Index)। আজিয়েই এই তালিকাখন প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা এজন সাংবাদিকৰ মৃত্যু হৈছে। ১০ গৰাকী সাংবাদিক কাৰাবন্দী হৈছে।

লগতে পঢ়ক: খেলি থাকোঁতে হঠাতে ৰাস্তাৰ কুকুৰৰ আক্ৰমণ; কামুৰি শৰীৰ চিৰাচিৰ কৰা নাবালকৰ কৰুণ মৃত্যু

মুঠতে সংবাদ মাধ্যমৰ ক্ষেত্ৰতো ভাৰত এখন ‘অতি বিপদজনক’ দেশ। উল্লেখ্য যে নৰৱে, আয়াৰলেণ্ড আৰু ডেনমাৰ্ক এই তালিকাৰ একেবাৰে শীৰ্ষত আছে। আৰু একেবাৰে তলত আছে ভিয়েটনাম, চীন আৰু উত্তৰ কোৰিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd