• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভয়াৱহতাৰ ইংগিত; ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়াক অতিক্ৰম ভাৰতৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2020 10:21 pm

1 min read

ভয়াৱহতাৰ ইংগিত; ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়াক অতিক্ৰম ভাৰতৰ
543
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত তৃতীয় স্থানত উপনীত হ’ল ভাৰত। ক’ৰ’নাক্ৰান্তৰ সংখ্যাৰে আজি ভাৰতে ৰাছিয়াক অতিক্ৰম কৰে।

বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হোৱা দেশখন হ’ল আমেৰিকা। আনহাতে দ্বিতীয় স্থানত আছে ব্ৰাজিল।

আমেৰিকাত এই পৰ্যন্ত ২৯.৪৬ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১.৩২ লাখ লোকৰ মৃত্যু হৈছে। ইফালে ব্ৰাজিলত ১৫.৭৮ লাখ লোক আক্ৰান্ত হৈছে আৰু ৬৪ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে ভাৰতত আজি সন্ধিয়ালৈকে প্ৰকাশ পোৱা তথ্য অনুসৰি ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৬.৮৭ লাখ। আজি নতুনকৈ ১৩ হাজাৰ লোক এই মহামাৰী ভাইৰাছবিধৰ কৱলত পৰিছে।

ভাৰতত মৃত্যুৰ সংখ্যা হৈছে ১৯,২৬৮।

আনহাতে ভাৰতে অতিক্ৰম কৰা ৰাছিয়াত এই পৰ্যন্ত সৰ্বমুঠ ৬.৮১ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। তদুপৰি এই ভাইৰাছবিধৰ ফলত ৰাছিয়াত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভাইৰাছে। বিগত এসপ্তাহ ধৰি প্ৰায় ১৫ৰ পৰা ২০ হাজাৰ লোক প্ৰতিদিনে নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈ আছে।

ভাৰতৰ বাবে আশাৰ খবৰ এটাই যে ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰ তুলনাত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা অধিক। ভাৰতত এই পৰ্যন্ত ৪.১০ লাখ ৰোগী সুস্থ হৈ উঠিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd