• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশ্বগুৰুৰ উচ্চাকাংক্ষা! বিশ্বক ৫০০ কোটি ভেকচিন প্ৰদানৰ ঘোষণা মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 2:24 pm
Narendra Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ বিশ্বগুৰুৰ ভেশ ধৰিবলৈ উদ্যত হৈছে নেকি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী! আকৌ এবাৰ স্বয়ম্ভু বিশ্বগুৰু হ’বলৈ গৈ মুখ থেকেচা খাব খুজিছে নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে!

দেশবাসীয়ে এতিয়াও পাহৰি যোৱা নাই কোভিডৰ প্ৰথমটো ঢৌৰ পিছত স্বঘোষিত বিশ্বগুৰু হৈ দ্বিতীয়টো ঢৌত কেনেকৈ ত্ৰাহি মধুসুদন দেখিলে ভাৰতে।

ইয়াৰ পিছতে আকৌ নিজৰ দম্ভ মাৰিবলৈ এৰা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে আত্মাশ্লাঘাৰে নিজৰ মহিমা বখানিছে ফ্ৰান্সৰ ৰোমত।

ৰোমত অনুষ্ঠিত G-20ৰ সন্মিলনৰ One Earth One Healthত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কোভিড যুঁজত বিশ্বক সহায় কৰিবলৈ প্ৰদান কৰিব ৫০০ কোটি ভেকচিন।

G-20ৰ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ‘এক বিশ্ব এক স্বাস্থ্য’ৰ শ্ল’গানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Apply Now

প্ৰধানমন্ত্ৰী মোদীৰ মতে ২০২২ চনৰ ভিতৰত ভাৰতে বিশ্বৰ ১৫০ খনৰো অধিক দেশলৈ কোভিড ভেকচিন প্ৰদান কৰিব।

কিন্তু গুৰুত্বপূৰ্ৰণ কথাটো হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বক সহায়ৰ বাবে আগবঢ়াবলগীয়া ভাৰতীয় থুলৱা ভেকচিনে এতিয়াও বিশ্ব স্বাস্থ্য সংস্থা অনুমোদনেই লাভ কৰাই নাই।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও অনুমোদন জনোৱাই নাই। বৰ্তমানেও বিশ্ব স্বাস্থ্য সংস্থাই কভাক্সিনৰ অনুমোদনৰ বাবে ভেকচিনটো পৰীক্ষা কৰি আছে।

ইফালে দেশত মূল্যবৃদ্ধিয়ে আকাশ চুৱাৰ সময়ত বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু শাসকীয় বিজেপি দলৰ নেতাই কৈছে দেশৰ জনতাক বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ বাবে দেশত মূল্যবৃদ্ধি হৈছে।

কৰোনাক দ্বিতীয় ঢৌৰ পূৰ্বে বিশ্বগুৰু হোৱাৰ লালসাত ব্ৰাজিলকে ধৰি কেবাখনো দেশলৈ বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিছিল ভাৰতে। তাৰ কুফল দেশবাসীয়ে বাৰুকৈয়ে ভুগিলে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা ভেকচিনৰ সহযোগিতা বিনামূলীয়া হ’ব নেকি? যদি বিনামূলীয়া হয় তেনে দেশৰ সাধাৰণ জনতা মূল্যবৃদ্ধি জুইত জাহ যাবলৈ সাজু হ’ব লাগিব নেকি? এই প্ৰশ্নই এতিয়া জুৰুলা কৰিছে দেশৰ জনতাক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd