• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত চাৰি মাহৰ ভিতৰত সৰ্বনিম্ন কৰ’নাৰ দৈনিক সংক্ৰমণ; ২৪ ঘন্টাত ৩৭৩গৰাকী লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2021 11:40 am
test-covid-

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা বহুখিনি হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা মাৰ্চৰ পাছত এইয়াই দেশত সৰ্বনিম্ন কৰ’নাৰ দৈনিক সংক্ৰমণ।

আনহাতে, দৈনিক মৃত্যুৰ সংখ্যাও চাৰিশৰ তললৈ নামিছে।

Apply Now

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২৮ হাজাৰ ২০৪ গৰাকী লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৫ হাজাৰ ৪৯৯ গৰাকী লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩কোটি ১৯লাখ ৯৮ হাজাৰ ১৫৮গৰাকী।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৭৩ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে দেশত ৪৪৭ গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৮ হাজাৰ ৬৮২গৰাকী লোক।

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪১হাজাৰ ৫১১গৰাকী। সুস্থতাৰ হাৰ ৯৭.৪৫ শতাংশ।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ১১লাখ ৮০ হাজাৰ ৯৬৮গৰাকী।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৮৮হাজাৰ ৫০৮গৰাকী।

দেশত এতিয়ালৈকে ৫২ কোটি ৫৬ লাখ ৩৫ হাজাৰ ৭১০ গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত মুঠ ১৫লাখ ১১হাজাৰ ৩১৩টা নমুনা পৰীক্ষা কৰা হৈছে। সেইদৰে, দেশত এতিয়ালৈকে মুঠ ৪৮কোটি ৩২লাখ ৭৮হাজাৰ ৫৪৫টা নমুনা পৰীক্ষা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ চলিত মাহতেই আৰম্ভ হোৱাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd