• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০২২ চনত দেশত কৰ্কট ৰোগত আক্ৰান্ত ১৪ লাখ ৰোগী, মৃত্যু ৯ লাখৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2024 1:35 pm
cancer cases in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব কৰ্কট দিৱস উপযাপন কৰে। এই দিৱসৰ লগত সংগতি ৰাখি কৰ্কট ৰোগ সম্পৰ্কে গৱেষণাৰ বাবে আন্তৰ্জাতিক সংস্থা (ইআৰচি)য়ে বিশ্বত মুঠ কৰ্কট ৰোগীৰ সংখ্যাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। প্ৰতিবেদনত ২০২২ চনলৈকে তথ্য লোৱা হৈছে। ২০২২চনত বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২০ নিযুত।

Apply Now

অৱশ্যে, ২০৫০ চনত এই সংখ্যা ৭৭ শতাংশ বৃদ্ধি হৈ ৩৫ নিযুত হোৱাৰ সম্ভাৱনা আছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি, ২০২২ চনত ভাৰতত ১৪ লাখৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ৯ লাখৰো অধিক ৰোগীৰ মৃত্যু হৈছিল।

প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে হাঁওফাঁওৰ কৰ্কট হৈছে বিশ্বৰ আটাইতকৈ বেছকৈ হোৱা কৰ্কট ৰোগ। তাৰ পিছতেই বেছিকৈ হয় স্তনৰ কৰ্কট ৰোগ। ২০২২ চনত, ১২.৪ শতাংশ বা ২.৫ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু স্তনৰ কৰ্কটত আক্ৰান্ত হৈছিল ১১.৬ শতাংশ লোক।

২০২২ চনত এই ৰোগৰ ফলত হোৱা মুঠ মৃত্যুৰ ভিতৰত প্ৰায় ১৯ শতাংশ হাঁওফাঁওৰ কৰ্কট ৰোগৰ আৰু ৭ শতাংশ স্তনৰ কৰ্কটৰোগৰ ফলত হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ হৈছে অত্যাধিক ধপাত সেৱন, সুৰা, শৰীৰৰ চৰ্বি বৃদ্ধি, বায়ু প্ৰদূষণ ইত্যাদি।

ভাৰতৰ পৰিস্থিতি সন্দৰ্ভত, কোৱা হৈছে যে ভাৰতৰ মহিলাসকলৰ ভিতৰত স্তনৰ কৰ্কট আৰু গ্ৰীৱাৰ কৰ্কটৰোগৰ ঘটনা সৰ্বাধিক। ২০২২ চনত ২৭ শতাংশ মহিলা স্তনকৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ১৮ শতাংশ গ্ৰীৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

আনহাতে, সেই বছৰত ওঁঠ আৰু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত পুৰুষৰ সংখ্যা আছিল ১৫.৬ শতাংশ। হাঁওফাঁওৰ কৰ্কট ৰোগৰ হাৰ ৮.৫ শতাংশ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ১০.৬ শতাংশ লোকৰ 75 বছৰ বয়স হোৱাৰ আগতে কৰ্কট ৰোগ হোৱাৰ আশংকা ১০.৬ শতাংশ। আৰু সেই বয়সত, কৰ্কট ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা ৭.২ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd