• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষৰ প্ৰথম দিনটোত ভাৰতত জন্ম হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক নৱজাতকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2020 7:33 pm

1 min read

baby-month-1-your-newborn-guide-722x406-1501654224

প্ৰতিনিধিত্বমূলক ফটো

4.8k
VIEWS
Share on FacebookShare on Twitter

২০২০বৰ্ষৰ প্ৰথমটো দিনত ভাৰতত জন্ম গ্ৰহণ কৰা নৱজাতকৰ সংখ্যাই বাকী দেশবোৰক পাছ পেলাই অভিলেখ গঢ়িলে।

য়ুনিছেফৰ তথ্য অনুসৰি এই দিনটোত ভাৰতত জন্মগ্ৰহণ কৰা নৱজাতকৰ সংখ্যা হ’ল ৬৭,৩৮৫ টি।

ভাৰতৰ পাছতে এইক্ষেত্ৰত ৪৬,২৯৯টি শিশুৰ জন্ম গ্ৰহণেৰে দ্বিতীয় স্থানত আছে চীন।

আনহাতে, য়ুনিছেফৰ অনুমান অনুসৰি, ২০১৯ৰ পৰা ২০৫০চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা ২৭ৰ পৰা ৩০ কোটি বৃদ্ধি পাব পাৰে।

ইপিনে নাইজেৰিয়াৰ জনসংখ্যাও এই সময়ছওৱাত ২০ কোটি বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে য়ুনিছেফে।

কোৱা হৈছে যে এই দুখন দেশতেই সমগ্ৰ বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ ২৩ শতাংশ হ’ব।

তথ্য অনুসৰি এতিয়াও ভাৰতৰ জনসংখ্যা চীনতকৈ কম। কিন্তু ভাৰতত ২১ হাজাৰ অধিক শিশু এইবাৰ জন্ম গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে প্ৰতিটো নতুন বছৰৰ প্ৰথমটো দিনত জন্ম গ্ৰহণ কৰা শিশুসকলক য়ুনিছেফে আদৰণি জনায়।

এইবাৰ নতুন বছৰেই নহয়, নতুন দশকৰো আৰম্ভণি হোৱাৰ বাবে বিশেষভাৱে আদৰণি জনোৱা হয় শিশুসকলক।

য়ুনিছেফে জানিবলৈ দিয়া মতে ২০২০ বৰ্ষৰ পহিলা জানুৱাৰিত সমগ্ৰ বিশ্বত মুঠ ৩লাখ ৯২ হাজাৰ ৭৮ টি শিশুৰ জন্ম হৈছে।

ভাৰত আৰু চীনৰ পাছতে এই তালিকাত আছে নাইজেৰিয়া (২৬,০৩৯), পাকিস্তান (১৬,৭৮৭), ইন্দোনেচিয়া (১৩,০২০), আমেৰিকা (১০,৪৫২) আদি দেশ।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd