• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিদ্বেষপূৰ্ণ প্ৰচাৰ”- ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক উভতি ধৰিলে ভাৰতে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 14, 2022 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক পুনৰ উভতি ধৰিলে ভাৰতে। ভাৰতৰ বিৰুদ্ধে পাকিস্তানে “বিদ্বেষপূৰ্ণ প্ৰচাৰ” শক্তিশালী কৰি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মঞ্চৰ “আকৌ এবাৰ অপব্যৱহাৰ” কৰিছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত সজোৰে এই অভিযোগ উত্থাপন কৰিলে ভাৰতে। কাশ্মীৰ প্ৰসংগত পাকিস্তানে গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰি ভাৰতে ইছলামাবাদক সন্ত্ৰাসবাদৰ সমাপ্তি আৰু ইয়াৰ নিয়ন্ত্ৰণাধীন অঞ্চলসমূহত সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিবলৈ বিশ্বাসযোগ্য পদক্ষেপ ল’বলৈ আহ্বান জনায়।

পাকিস্তানৰ বক্তব্য অস্বীকাৰ কৰি জেনেভাত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব পৱন কুমাৰ বধে কয়, “তেওঁলোক আমাৰ সঁহাৰি পোৱাৰ যোগ্য নহয়”। ইছলামিক সহযোগিতা সংগঠনৰ (অ’আইচি) বিবৃতিত পাকিস্তানৰ প্ৰৰোচনাত ভাৰতৰ বিৰুদ্ধে “তথ্যগতভাৱে অশুদ্ধ আৰু অবাঞ্ছিত প্ৰসংগ” উল্লেখ কৰা হৈছিল। পাকিস্তানে প্ৰদান কৰা বিবৃতিৰ উত্তৰত ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ প্ৰতিনিধিয়ে কয় ইছলামাবাদৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ বহু উদাহৰণ আছে। ভাৰতে কয় “সেই সময়ৰ পূব পাকিস্তানত গণহত্যা কৰাৰ লজ্জাজনক ইতিহাস আৰু প্ৰায় ৫০ বছৰৰো অধিক বছৰৰ পূৰ্বে বাংলাদেশত পাকিস্তানে সংঘটিত কৰা গণহত্যাৰ লজ্জাজনক ইতিহাস সকলোৱে জানে ।” বধে কয় যে সৰ্বাধিক সংখ্যক আন্তৰ্জাতিক ভাৱে নিষিদ্ধ সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ ভূমিত অবাধে কাম কৰি আহিছে।

Apply Now

পাকিস্তানৰ শীৰ্ষ নেতৃত্বই অতীতত মুকলিকৈ সন্ত্ৰাসবাদী গোট সৃষ্টি কৰা আৰু তেওঁলোকক আফগানিস্তান আৰু জম্মু-কাশ্মীৰৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলত যুঁজিবলৈ প্ৰশিক্ষণ দিয়াৰ কথা গোপন হৈ থকা নাই বুলিও তেওঁ কয়।এনেদৰে পাকিস্তানে মানৱ অধিকাৰ উলংঘনৰ লগতে মানুহৰ মৌলিক অধিকাৰ, জীৱনৰ অধিকাৰ উলংঘন কৰা বুলি ভাৰতে ৰাষ্ট্ৰসংঘত অভিযোগ কৰে।তেওঁ কয় যে ধৰ্মৰ স্বাধীনতা বা সংখ্যালঘুসকলৰ বাবে বিশ্বাসৰ অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ এটা আটাইতকৈ বেয়া অভিলেখ আছে।

হত্যা, ধৰ্ষণ, অপহৰণ, ইছলামলৈ বলপূৰ্বক ধৰ্মান্তৰিত কৰা, নাবালিকা ছোৱালীৰ বলপূৰ্বক বিবাহ আৰু উপাসনাস্থলীত আক্ৰমণৰ অভিযোগত এতিয়া পাকিস্তানত সাধাৰণ কথা হৈ পৰিছে বুলি ভাৰতীয় প্ৰতিনিধি গৰাকীয়ে কয়।পাকিস্তানৰ হাজাৰা, চিয়া, আহমেদিয়া, হিন্দু, শিখ আৰু খ্ৰীষ্টান সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে ইছলামাবাদে বৈষম্যমূলক আইন প্ৰয়োগ কৰি আহিছে বুলিও তেওঁ কয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd