• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ ফলত তৃতীয়জন ভাৰতীয় লোকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 17, 2020 12:11 pm

1 min read

coron_1584032980_618x347

প্ৰতিনিধিত্বমূলক চিত্ৰ

18.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত মহাৰাষ্ট্ৰত আজি এজন ৬৪ বছৰীয়া লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ভাৰতত এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিৰ ঘৰ পালে।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ কলবুৰ্গীত ৭৬ বছৰীয়া এজন লোক আৰু দিল্লীত এগৰাকী ৬৮ বছৰীয়া মহিলাৰ এই ভাইৰাছবিধৰ ফলত মৃত্যু হৈছিল।

ভাৰতত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশে আগবাঢ়িছে ক’ৰ’না ভাইৰাছ। দেশখনত এই পৰ্যন্ত ১৩০ গৰাকী লোক এই ভয়াবহ ভাইৰাছৰ বিধৰ কৱলত পৰিছে।

জানিব পৰা মতে মহাৰাষ্ট্ৰত তিনিগৰাকী বিদেশীসহ সৰ্বাধিক ৩৯ গৰাকী লোক এই ভাইৰাছ বিধত আক্ৰান্ত হৈছে। উত্তৰ প্ৰদেশত এগৰাকী বিদেশীসহ ১৩ গৰাকী লোকৰ দেহত এই ভাইৰাছবিধ ধৰা পৰিছে।

আনহাতে দিল্লীত ৭ গৰাকী, কৰ্ণাটকত ৮ গৰাকী, লাডাখত ৪গৰাকী, জম্মু-কাশ্মীৰত ৩গৰাকী, তেলেংগানাত ৪ গৰাকী, ৰাজস্থানত ৪ গৰাকী, তামিল নাডু, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, ওড়িষা আৰু উত্তৰাখণ্ডত এজনকৈ লোক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায়।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈ ১৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ পৰা সম্পূৰ্ণ মুক্ত হৈ চিকিৎসালয় এৰিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd