• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত নকৰিলে দ্বিখণ্ডিত হ’ব ভাৰত – বাৰাক ওবামা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 9:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডীৰ আমেৰিকা ভ্ৰমণৰ পিছতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতৰ সম্পৰ্কে প্ৰদান কৰিছে এক বিস্ফোৰক মন্তব্য।

বিজেপি চৰকাৰৰ দিনত ভাৰতত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰি মন্তব্য প্ৰদান কৰিছে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে।

Apply Now

ওবামাৰ মতে, হিন্দু প্ৰধান ভাৰত চৰকাৰে সংখ্যালঘু মুছলমানক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সচেতন হোৱা উচিত। অন্যথা যিকোনো সময়তে ভাৰতৰ পতন ঘটিব পাৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণও কৰিছিল। হোৱাইট হাউছৰ পৰা আমেৰিকাৰ কংগ্ৰেছলৈ উষ্ম আদৰণি জনাই লৈ যোৱা হৈছিল তেওঁক। ভ্ৰমণকালত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ভালেমান বিষয়ত কথা পাতিছিল নৰেন্দ্ৰ মোডীয়ে।

কিন্তু মোডীৰ ভ্ৰমণৰ সময়ত ভাৰতৰ মানৱ অধিকাৰৰ বিষয়টোৱে চৰ্চা লাভ কৰিছিল আমেৰিকাতো। আমেৰিকাৰ চেনেট আৰু কংগ্ৰেছৰ ৭৫ জন সদস্যই ভাৰতৰ গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতাক লৈ প্ৰশ্ন উত্থাপন কৰি বাইডেনলৈ এখন পত্ৰ লিখিছিল। অৱশ্যে বাইডেনে কৈছিল যে ভাৰত আৰু আমেৰিকাৰ এটা মিল আছে, সেইটো হৈছে – ধৰ্মীয় বৈচিত্ৰ্য। 

মোডীৰ ভ্ৰমণৰ সময়ত এটা সাক্ষাৎকাৰত বাৰাক ওবামাই কৈছিল – “মই মোডীক ভালদৰে চিনি পাওঁ। এতিয়া যদি তেওঁৰ লগত মই কথা পাতো তেন্তে ভাৰতত সংখ্যালঘুৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিম। মোডীৰ চৰকাৰে যদি এতিয়া সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত নকৰে তেন্তে ভাৰতবৰ্ষ যিকোনো সময়তে দুভাগত ভাঙি পৰিব পাৰে। দেশৰ ভিতৰত এনে বিভাজনৰ ফল কি হ’ব পাৰে সেয়া কল্পনা কৰিব পাৰি। ভাৰতৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰিব লাগিব।”

উল্লেখ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকালতো মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। তেওঁ ওবামাক নিজৰ ‘বন্ধু বাৰাক’ বুলি চিনাকি কৰাই দিছিল। 

সেয়েহে, ওবামাই প্ৰদান কৰা সাক্ষাৎকাৰৰ ভিডিঅ’টো টুইট কৰি কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে লিখিছে, ‘মোডীৰ বন্ধু বাৰাকৰ এটা বিশেষ বাৰ্তা আছে। গতিকে মই ধৰি লৈছোঁনে যে আন্তঃৰাষ্ট্ৰীয় সমাজেও মোডীজীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে? অনুৰাগীয়ে নিশ্চয় সেইটো দাবী কৰিব। 

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে মোদীয়ে আমেৰিকাৰ কংগ্ৰেছতো বিৰোধিতাৰ সন্মুখীন হৈছে। মুছলমানকে ধৰি ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদত মোডীৰ ভাষণ বৰ্জন কৰিছে আমেৰিকাৰ কংগ্ৰেছৰ দুগৰাকী মুছলমান মহিলা প্ৰতিনিধিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd