• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

উত্তৰ-পূৰ্বাঞ্চলৰে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগৰ পৰিকল্পনাত চীনৰ সহযোগিতা বিচাৰিলে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2018 3:32 pm
f1c62b7fd1f4a8a91d96f3b335f4e3b5

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগ কৰাৰ ভাৰত চৰকাৰৰ নতুন প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চীনৰ সহযোগিতা বিচাৰিছে।

উল্লেখ্য যে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ, উত্তৰ-পূবৰ বিজেপি-শাসিত তিনিখন ৰাজ্য অসম নাগালেণ্ড আৰু ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰীসকলৰ বৰ্তমান চীন ভ্ৰমণৰত দলটোৱে চীন চৰকাৰলৈ এই অনুৰোধ জনাইছে।

Apply Now

তাৎপৰ্যপূৰ্ণভাৱে ভাৰত-চীন সীমান্তত অৱস্থিত আৰু তিব্বতৰ বিবাদমান এলেকাৰ সৈতে সীমান্ত এলেকা থকা অৰুণাচল প্ৰদেশৰ কোনো মন্ত্ৰী এই দলটোত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

অৰুণাচলৰ কিছু কিছু এলেকাত চীনে দাবী সাব্যস্ত কৰিব বিচাৰে বাবে এই ক্ষেত্ৰত এটা সমস্যা আছে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে স্বীকাৰ কৰিছে।

মাধৱে কৈছে, ‘‘অৰুণাচলক লৈ আমাৰ সমস্যা আছে।’’ মাধৱৰ ঘোষণাটো উল্লেখোযগ্য, কাৰণ, চীনে সীমান্তত ‘বেল্ট এণ্ড ৰ’ড ইনিচিয়েটিভ’ৰ (অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে ঐতিহাসিক ছিল্ক ৰ’ডেৰে চীনৰ সৈতে ইউৰেছিয়ান দেশসমূহক সংযোগ কৰি নিৰ্মাণ কৰাৰ চীন চৰকাৰৰ এটা প্ৰস্তাৱ) বিষয়ত ভাৰতে অনিচ্ছুকতা দেখুৱাই আহিছে।

তেওঁ আৰু কৈছে যে চীনে ইলেক্ট্ৰনিক বাইকৰ বেটাৰী আদি উপভোক্তা সামগ্ৰী নিৰ্মাণ কৰা আদিত বিনিয়োগ কৰিব পাৰে। চীনে আন্তৰ্গাঁথনি নিৰ্মা্ণ কৰাৰ বিষয়ত মাধৱে কোনো উল্লেখ কৰা নাই। ‘‘পৰস্পৰ উপকৃত হোৱা আঁচনিসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতহে আমি আগ্ৰহী।’’ মাধৱে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা বিজেপিৰ সম্পাদকগৰাকীয়ে কৈছ যে দক্ষিণ-পশ্চিম চীনে  মাজেৰে চিটাগং হৈ ভাৰত মহাসাগৰলৈ যোৱাৰ বাবে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰীয় স্থল হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁ আৰু কৈছে যে ভাৰতে নেপাল, ভূটান, ভাৰত আৰু বাংলাদেশক উপ-আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তুলি আছে। তেওঁ কয়  চীনকো চিটাগঙৰ মাজেৰে ভাৰত মহাসাগৰলৈ যোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক ব্যৱহাৰ কৰাৰ বাবে নিমন্ত্ৰণ জনায়।

নতুন পৰিকল্পনা অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সামগ্ৰী মুম্বাই আৰু চেন্নাই বন্দৰৰ সলনি চিটাগং বন্দৰলৈ লৈ যোৱা হ’ব। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চললৈ ৰে’ল বা স্থলপথেৰে মুম্বাই আৰু চেন্নাইৰ পৰা কলকাতাৰ মাজেৰে গুৱাহাটীলৈ পৰিবহণ কৰা হয় বুলি তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd