DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

শ্ৰীলংকালৈ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2022 9:35 am
India sends 40000 MT of diesel to Sri Lanka
297
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকালৈ পুনৰ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। বুধবাৰে এই সাহায্য শ্ৰীলংকাত উপস্থিত হৈছে বুলি ভাৰতৰ উচ্চ আয়োগে জানিবলৈ দিছে।

তীব্ৰ বিদ্যুৎ সংকটে দেখা দিয়া দ্বীপ ৰাষ্ট্ৰখনলৰ সংকট হ্ৰাস কৰাত সহায়ৰ উদ্দেশ্যে ভাৰতীয় ক্ৰেডিট লাইনৰ অধীনত এই সাহায্য প্ৰেৰণ কৰা হৈছে।

এই সাহায্যৰ সৈতে দুমাহত ভাৰতে মুঠ ৪০০,০০০ মেট্ৰিক টন বিভিন্ন প্ৰকাৰৰ ইন্ধন সাহায্য শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা ২ এপ্ৰিলতো ৪০,০০০ মেট্ৰিক টন ডিজেলৰ আন এক সাহায্য শ্ৰীলংকালৈ প্ৰেৰণ কৰা হৈছিল।

দেশখনত ভয়াবহ সংকট আৰম্ভ হোৱাৰ পিছত ভাৰতে বুধবাৰে চতুৰ্থবাৰৰ বাবে শ্ৰীলংকালৈ সাহায্য প্ৰেৰণ কৰিছে।

 

One more consignment of diesel from #India!! 40,000 MT of diesel under the #Indian credit line reached #Srilanka yesterday. A total of close to 400,000 MT of various types of fuel have been delivered with #Indian assistance in two months . pic.twitter.com/j1EJ8dmTjv

— India in Sri Lanka (@IndiainSL) April 21, 2022

উল্লেখযোগ্য যে দুয়োখন দেশে ইতিমধ্যে ৫০০ নিযুত আমেৰিকান ডলাৰৰ ঋণ চুক্তি স্বাক্ষৰ কৰিছে।

পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়ৰ বাবে চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত উক্ত চুক্তিখন স্বাক্ষৰিত হৈছিল।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd