• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়া স্কিলচ ২০২১ আঞ্চলিক প্ৰতিযোগিতা, পূৱ অঞ্চলত দ্বিতীয় স্থান দখল অসমৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 3:23 pm
India Skills 2021 Regional Competition, Assam ranks second in eastern region
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইষ্টাৰ্ণ জোন ইণ্ডিয়া স্কিলচ ২০২১ আঞ্চলিক প্ৰতিযোগিতাত দৃঢ় প্ৰদৰ্শনেৰে দহটা সোণ আৰু চাৰিটা ৰূপৰ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰে অসমে।

সামগ্ৰিকভাৱে ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৮ জন প্ৰাৰ্থীক প্ৰতিযোগিতাখনত বিজয়ী ঘোষণা কৰা হয় প্ৰতিযোগিতাখনতl

বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহানে পাটনাৰ বাপুসভাঘৰত বিজয়ীসকলক সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ প্ৰত্যেককে ২১,০০০ টকাৰ নগদ পুৰস্কাৰৰ লগতে সোণৰ পদক প্ৰদান কৰে। প্ৰথম ৰানাৰ্ছ আপক ১১,০০০ টকা আৰু ৰূপৰ পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৫০ জন প্ৰাৰ্থীয়ে সোণৰ পদক লাভ কৰে, আনহাতে ৪৮ জনে ৰূপৰ পদক লাভ কৰে।

অসমৰ পৰা প্ৰীতিশা বৰ্মনে বিউটি থেৰাপীত সোণৰ পদক অৰ্জন কৰে। সেইদৰে গৌৰৱ দত্তই চিএনচি মিলিংত সোণৰ পদক, হৰগোবিন্দ কলিতাই চিএনচি মিলিংত সোণৰ পদক, আমন বড়োৱে বৈদ্যুতিক স্থাপনত সোণৰ পদক, দ্বৈপায়ন চক্ৰৱৰ্তীয়ে গ্ৰাফিক ডিজাইন প্ৰযুক্তিত সোণৰ পদক জিকিছিল, গীতাঞ্জলি বড়োৱে হেয়াৰড্ৰেছিংত সোণৰ পদক, আকৃতি শৰ্মাই স্বাস্থ্য আৰু সামাজিক যত্নত সোণৰ পদক, ৱাকাৰ ইউনুছে হোটেল ৰিচেপশ্বনত সোণৰ পদক, সুষমা ৰয়ে ৰেষ্টুৰেণ্ট সেৱাত সোণৰ পদক লাভ কৰেl

Apply Now

তদুপৰি বিক্ৰম শৰনিয়াই ৱেল্ডিংত সোণৰ পদক, কৃষ্ণ মনি গগৈয়ে বৈদ্যুতিক স্থাপনত ৰূপৰ পদক, বিবেক কাশ্যপ বৰ্মনে গ্ৰাফিক ডিজাইন টেকন’লজীত ৰূপৰ পদক, পল্লব পৰাশৰ ডেকাই ৰেষ্টুৰেণ্ট চাৰ্ভিচত ৰূপৰ পদক আৰু আৰু মোঃ আবু তাহিৰে ৱেব টেকন’লজীত ৰূপৰ পদক জিকিছিলl

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ঝাৰখণ্ড, মিজোৰাম, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম বংগই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

আঞ্চলিক বিজয়ীসকলে ডিচেম্বৰ ২০২১-ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলে অক্টোবৰ ২০২২ ত চীনৰ ছাংহাইত অনুষ্ঠিত হ’বলগীয়া বিশ্বদক্ষতা প্ৰতিযোগিতাত প্ৰৱেশ কৰিব।

বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহানে কয়, “অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত উৎসাহ আৰু উচ্চ আত্মা দেখি মই আনন্দিত। যোৱা তিনিদিনত অংশগ্ৰহণকাৰীসকলে প্ৰদৰ্শন কৰা দক্ষতাবোৰ চাবলৈ পাই আনন্দিত হৈছিল। ইণ্ডিয়াস্কিলছ কেৱল এক প্ৰতিযোগিতা নহয়,ই এক মঞ্চ; যি বিশ্বক ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰাত সহায় কৰে l মই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু বিশ্বদক্ষতাতো বিজয়ীসকলৰ দক্ষতা প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰি আছো। মই সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বিজয়ীসকলক শুভেচ্ছা জনাইছো l’

২৪০ ৰো অধিক প্ৰাৰ্থীয়ে ৪২ টা বিভাগত প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত আছে ৰন্ধন, ৰেষ্টুৰেণ্ট সেৱা, কনফেক্সনাৰী/পেষ্ট্ৰী কুক, বিউটি থেৰাপী, হেয়াৰড্ৰেছিং, মেকানিকেল ইঞ্জিনিয়াৰিং ডিজাইন (চিএডি), ৱেব ডিজাইন, ইলেক্ট্ৰনিক্স, আইটি ছফ্টৱেৰ সমাধান, গ্ৰাফিক ডিজাইন প্ৰযুক্তি, মোবাইল ৰবটিক্স।

পৰৱৰ্তী আঞ্চলিক প্ৰতিযোগিতা গান্ধীনগৰ (পশ্চিম)ত অনুষ্ঠিত হ’ব আৰু তাৰ পিছত চণ্ডিগড় (উত্তৰ), আৰু বিশাখাপত্তনম (দক্ষিণ)। ইণ্ডিয়াস্কিলছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খন ২০২১ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হ’ব। ইণ্ডিয়াস্কিলছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বিজয়ীসকলে অক্টোবৰ ২০২২ ত ৱৰ্ল্ডস্কিলছ ছাংহাইত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰশিক্ষণ ল’ব l

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd