DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰঙা চীনক প্ৰতিহত কৰিবলৈ সুউচ্চ লেহলৈ ভাৰতে নিৰ্মাণ কৰিব ৰে’লপথ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 5:41 pm
Ladakh-2
45.1k
VIEWS
Share on FacebookShare on Twitter

ৰঙা চীনক মুঠেও বিশ্বাস কৰিব নোৱাৰি। কোন মূহুৰ্তত পুনৰ ভাৰতৰ বিৰুদ্ধে জঁপিয়াই পৰে তাৰ কোনো ঠিকনা নাই ।

এনে পৰিস্থিতিত চীনৰ সাম্ভাৱ্য সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰত সাজু হৈছে।

যুদ্ধ বা শান্তি যি কোনো সময়তে সাগৰ পৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত অৱস্থিত লেহলৈ যাব পৰাকৈ ভাৰতে শীঘ্ৰে এটা ৰে’ল পথ নিৰ্মাণ কৰিব।

পাহাৰ, পৰ্বত অতিক্ৰম কৰি সাজি উলিয়াব লগীয়া এই ৰে’ল পথটোৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিব হিমাচল প্ৰদেশৰ চৰকাৰে।

হিমাচল প্ৰদেশৰ পৰিবহন মন্ত্ৰী গোবিন্দ সিং ঠাকুৰে এই প্ৰসংগত কৈছে যে ৪৭৫ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’ল পথ নিৰ্মাণৰ বাবে ইতিমধ্যে মাটি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে।

ৰে’ল পথছোৱাত কেইবাটাও দীঘল সুৰংগ থাকিব বুলি তেওঁ কয়।

বৰ্তমান লেহলৈ যাব পৰা মাত্ৰ এটাহে পথ আছে ।

যুদ্ধ লাগিলে যদি চীনৰ সেনাই সেই পথটো বন্ধ কৰি দিয়ে ভাৰতীয় সেনাই লেহলৈ যাব নোৱাৰা হ’ব।

সেই বাবেই কেন্দ্ৰীয় চৰকাৰ শীঘ্ৰে ৰে’ল পথটোৰ নিৰ্মাণত জোৰ দিছে।

ৰে’ল পথটো পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব।

 

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd