DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰয়োজন সাপেক্ষে সীমান্তত সেনা বাহিনীক বল প্ৰয়োগৰ স্বাধীনতা প্ৰদান ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2020 8:34 pm
images
3.5k
VIEWS
Share on FacebookShare on Twitter

লাডাখ সীমান্তৰ গালৱান উপত্যকাত ৰক্তক্ষয়ী সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা নিহত হোৱাৰ পিছতে দেশৰ সেনা বাহিনীক প্ৰয়োজন সাপেক্ষে বল প্ৰয়োগৰ স্বাধীনতা দিছে ভাৰতে।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাক চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও নিৰ্দেশ দিছে।

চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটসহ তিনি প্ৰধানৰ সৈতে অনুষ্ঠিত বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই নিৰ্দেশ দিয়া বুলি সেনা বাহিনীৰ সূত্ৰত প্ৰকাশ।

চীনক যথোচিত প্ৰত্যুত্তৰ দিবলৈ তিনিওটা বাহিনীকে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ‘পূৰ্ণ স্বাধীনতা’ দিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে সোমবাৰে নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোৰ বিজয় উৎসৱ যোগ দিবলৈ ৰাছিয়া ভ্ৰমণলৈ যাব।

এই যাত্ৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে চিডিএছসহ তিনি সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উক্ত পৰ্যালোচনা বৈঠকত চীনৰ সৈতে ভাৰতৰ সম্পূৰ্ণ সীমান্তত সেনা বাহিনীক তীক্ষ্ম নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

চীনৰ সৈতে ভাৰতৰ সীমান্তৰ দৈৰ্ঘ্য প্ৰায় ৩,৫০০ কিলোমিটাৰ। সমগ্ৰ সীমান্ত এলেকাত সেনা বাহিনীক তীক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ লগতে চীনা সেনাৰ গতি বিধিও নখদৰ্পণত ৰাখিবলৈ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।

আনকি প্ৰতিৰক্ষা দপ্তৰৰ সূত্ৰত প্ৰকাশ যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে চীনা সৈন্যৰ আগ্ৰাসনক প্ৰতিৰোধ কৰিবলৈ তথা উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাক ফ্ৰী হেণ্ড স্বাধীনতাও দিছে।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd