• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না টেষ্টিং কিট নলয়; চীনৰ পৰা ভাৰতে আমদানি কৰিব ভেন্টিলেটৰ- PPE

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2020 6:59 am

1 min read

sukkur-quarantine

প্ৰতিনিধিত্বমূলক ফটো

25.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ ভয়াবহতালৈ লক্ষ্য কৰি তথা প্ৰয়োজনীয়তালৈ চাই ভাৰতে পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেন্টছ (PPEs) কিটছ, N95 মাস্ক আৰু ভেন্টিলেটৰ্ছ আমদানি কৰাৰ বাবে গুৰুত্বসহকাৰে বিবেচনা কৰিছে।

তদুপৰি, দেশত নিজা উদ্যোগত ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে।

ভাৰতে PPEs, ভেন্টিলেটৰ্ছ চীনৰ পৰা অনাৰ বাবেও প্ৰস্তুতি চলাইছে। কিন্তু টেষ্টিং কিটছ অনাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

উল্লেখ্য যে স্পেইন, ইউক্ৰেইনৰ দৰে দেশত চীনে প্ৰেৰণ কৰা টেষ্টিং কিটছ ত্ৰুটীপূৰ্ণ বুলি অভিযোগ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ে এক বিবৃতিত কৈছে,’’ভাৰতীয় ৰেডক্ৰছ ছচাইটিয়ে চীনৰ পৰা ১০,০০০ PPEs,  আনিছে আৰু সেইবোৰ অহাৰ পাছত তাক বিতৰণো কৰা হৈছে। বৰঙণি হিচাপে পাবলগীয়া ৩ লাখ PPEs ৪ এপ্ৰিললৈ আহি পাব। তদুপৰি, ৩ লাখ PPEs ৰ অৰ্ডাৰ অৰ্ডিনেন্স ফেক্টৰীক দিয়া হৈছে।‘’

২৪ মাৰ্চত ভাৰতীয় ৰেডক্ৰছ ছচাইটিক চীনৰ দাতব্য সংস্থাৰ ফালৰ পৰা দান হিচাপে আগবঢ়োৱা চিকিৎসা সামগ্ৰী নতুন দিল্লী আহি পাইছে। এই সমূহ জেক মা ফাউণ্ডেশ্যন আৰু আলীবাবা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে।

Tags: COVID19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd