• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ, প্ৰতি লিটাৰৰ মূল্য ৭০০০ টকা!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2020 2:07 pm

1 min read

dc-Cover
2k
VIEWS
Share on FacebookShare on Twitter

গৰু,ছাগলী,ম’হ আনকি উটৰ গাখীৰো দেশৰ মানুহে সদায় ব্যৱহাৰ কৰি আহিছে।

কিন্তু গাধৰ গাখীৰ খাবলৈ পোৱা লোক হয়তো দেশত কমেইহে ওলাব।

গাধৰ গাখীৰো এতিয়াৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত সহজে উপলদ্ধ হ’ব।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ সময়তে দেশত গাধৰ গাখীৰ বাণিজ্যিক ভিত্তিত উৎপাদন কৰিবলৈ মনস্থ কৰিছে নেচনেল ৰিছাৰ্চ চেণ্টাৰ অৱ ইকুইনেছ,চমুকৈ এন আৰ চি ই-এ। সংস্থাটোৱে হাৰিয়ানাৰ হিচাৰত স্থাপন কৰিছে গাধৰ ফাৰ্ম।

এই ফাৰ্মত ৰখা হ’ব উন্নত হালাৰী জাতৰ গাধ।

হালাৰী জাতৰ গাধৰ গাখীৰ উৎপাদনৰ ক্ষমতা বেছি আৰু সেই গাখীৰ গুণগত ভাবেও উন্নত মানৰ। গাধৰ গাখীৰৰ বিশেষত্ব এয়াই যে গাখীৰৰ ৰুপত থকা ই এক মহৌষধ।

কৰ্কটৰ পৰা আৰম্ভ কৰি বহু জটিল ৰোগৰ বিৰুদ্ধে গাধৰ গাখীৰে সাংঘাটিক ভাবে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত সেয়ে গাধৰ গাখীৰৰ উৎপাদনৰ বতৰাই বহুতকে উৎসাহিত কৰি তুলিছে।

মহাৰ্ঘ্য গাধৰ গাখীৰৰ প্ৰতি লিটাৰত বজাৰ মূল্য প্ৰায় ৭,০০০ টকা।

ইমান বেছি দাম হোৱাৰ কাৰণ হ’ল এই গাখীৰৰ গুণ আৰু গাখীৰৰ তেনেই কম উৎপাদন।

এক লিটাৰ গাধৰ গাখীৰ পাবলৈ কেইবাটাও গাধ খীৰাব লাগিব। গাধৰ গাখীৰ বিশ্বৰ দামী প্ৰসাধন সামগ্ৰী প্ৰস্তুতকে ধৰি বহু ৰোগৰ দৰৱ প্ৰস্তুতত ব্যৱহাৰ হৈ আহিছে।

প্ৰতিষ্ঠানটোৱে হাৰিয়ানাত গাধৰ গাখীৰৰ উৎপাদন আৰম্ভ কৰাৰ পিছত দেশৰ আন প্ৰান্ততো এনে উদ্যোগ গ্ৰহণ কৰিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd