• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ আগ্ৰাসন ৰুধিব ভাৰতে : কাশ্মীৰ এৰি লাডাখলৈ স্ৰোত বৈছে ভাৰতীয় সেনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 7:30 pm
LadakhArmy
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় সেনাৰ ওপৰত কৰা ৰক্তক্ষয়ী আক্ৰমণৰ পিছতে লাডাখত সেনাৰ মোতায়েন বৃদ্ধি কৰিছে ভাৰতে।

কাশ্মীৰ পৰা লাডাখলৈ প্ৰেৰণ কৰা ভাৰতীয় সেনাৰ লগতে অৰ্ধসামৰিক বাহিনী।

Apply Now

ইতিমধ্যে আইটিবিপি(ইণ্ড-তিব্বেটান ব’ৰ্ডাৰ পুলিচ)ৰ ২০ টা কোম্পানী কাশ্মীৰৰ পৰা লাডাখ সীমান্তলৈ প্ৰেৰণ কৰা হৈছে।

সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে কাশ্মীৰৰ বিভিন্ন অঞ্চলত মোতায়েন কৰা হৈছিল সেনা।

এতিয়া ৰাতিটোৰ ভিতৰতে সেইসমূহ সেনা বাহিনীক কাশ্মীৰৰ পৰা খালি কৰি লাডাখলৈ প্ৰেৰণ কৰিছে প্ৰতিৰক্ষা দপ্তৰে।

সেনা সূত্ৰৰ খবৰ অনুসৰি সেনা বাহিনীয়ে খালি কৰা কাশ্মীৰৰ ঠাইসমূহত এতিয়াৰ পৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চিআৰপিএফ)এ পৰিস্থিতি চম্ভালিব।

উল্লেখ্য যে, কাশ্মীৰৰ পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে সেনা, চিআৰপিএফ আৰু আৰক্ষীক লৈ এটা ক’ৰ গ্ৰুপ গঠন কৰিছিল দেশৰ গৃহ মন্ত্ৰালয়ে।

এই ক’ৰ গ্ৰুপৰ এক সূত্ৰই জনাইছে যে আইটিবিপিৰ ২০ টা কোম্পানী ইতিমধ্যে কাশ্মীৰৰ পৰা গৈ লাডাখত উপস্থিত হৈছে।

সূত্ৰটোৰ মতে কাশ্মীৰৰ পৰা আৰু সেনা লাডাখলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে, ভাৰত-চীনৰ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ পহৰাৰ দায়িত্ব আইটিবিপিৰ হাতত ন্যস্ত আছে আৰু বাহিনীটোক উচ্চ পাৰ্বত্য এলেকাত যুদ্ধ কৰাৰ প্ৰশিক্ষণো দিয়া হৈছে।

সূত্ৰটোৰ মতে আইটিবিপিৰ বাহিৰেও অন্য কিছু বাহিনীকো লাডাখলৈ প্ৰেৰণ কৰা হ’ব।

পঞ্চাৱত নিয়োজিত ১০ নং ইনফেন্ট্ৰী ডিভিজনৰ ৰোমিঅ’ বাহিনীকো লাডাখলৈ প্ৰেৰণ কৰা হ’ব।

সেনা সূত্ৰৰ খবৰ মতে ইতিমধ্যে ১০ নং ইনফেন্ট্ৰী ডিভিজনৰ ৰোমিঅ’ বাহিনীৰ কেবাটাও শিখ ইউনিটক লাডাখলৈ প্ৰেৰণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd