• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট : প্রথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2019 5:41 pm

1 min read

পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট : প্রথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়
1.3k
VIEWS
Share on FacebookShare on Twitter

বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট শৃংখলাৰ প্রথমখন টেষ্টত ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰিছে ।

এই জয়েৰে ভাৰতে ৩খনীয়া টেষ্ট শৃংখলাটোত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। প্ৰথমখন টেষ্টত ভাৰতে ২০৩ ৰাণৰ ব্যৱধানত জয়লাভ কৰে।

প্ৰথম ইনিংছত ভাৰতে ৭ উইকেটত ৫০২ ৰাণ সংগ্ৰহ কৰি ইনিংছ  ঘোষণা কৰিছিল যাৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই  প্ৰথম ইনিংছত সংগ্ৰহ কৰে  ৪৩১ ৰাণ।

উল্লেখযোগ্য যে, বিশাখাপট্টনম টেষ্টত ভাৰতৰ হৈ ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে টেষ্টত ইনিংছ মুকলি কৰি দৰ্শনীয় শতৰাণ অৰ্জন কৰিছিল। ৰোহিতে ১৭৬ ৰাণ কৰাৰ বিপৰীতে আনজন অপেনাৰ মায়াংক আগৰৱালে কেৰিয়াৰ প্ৰথমটো দ্বিশতৰাণ(২১৫)অৰ্জন কৰে।

প্ৰথমটো ইনিংছৰ অগ্ৰগতিৰ পিছত ভাৰতীয় দলে দ্বিতীয়টো ইনিংছত ৩২৩ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে, ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্টিব নোৱাৰি মাত্ৰ ১৯১ ৰাণতে নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হয়।

ভাৰতৰ পেচ বলাৰ মহম্মদ ছামিয়ে ৫ টা উইকেট দখল কৰাৰ বিপৰীতে স্পিনাৰ ৰবিন্দ্ৰ জাডেজাই দখল কৰে ৪ টা উইকেট৷ আনহাতে দুয়োটা ইনিংছতে শতক অৰ্জন কৰা ৰোহিত শৰ্মাই লাভ কৰে ‘প্লেয়াৰ অব দা মেচ’ সন্মান।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd