• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াৰ সহযোগত ছুখই SU-57 যুঁজাৰু বিমান নিৰ্মাণ কৰিব ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 8:42 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিৰ্মাণ কৰা হ’ব ছুখই SU-57 যুঁজাৰু বিমান। ভাৰতৰ অন্যতম মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰিব ছুখই SU-57 যুঁজাৰু বিমান। মেক ইন ইণ্ডিয়াৰ অংশ হিচাপে ভাৰতে যুঁজাৰু বিমান ছুখই SU-57 নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ।

শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ মাজত হৈ যোৱা এক সামৰিক চুক্তি অনুসৰি ৰাছিয়াৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা কৰিছে। সেই পৰিকল্পনা অনুসৰি হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) ছুখই SU-57 নিৰ্মাণ কৰিব।

Apply Now

উল্লেখ্য যে, ৰাছিয়াৰ এই অত্যাধুনিক যুঁজাৰু বিমান আমেৰিকাৰ এফ-৩৫ যুঁজাৰু বিমানৰ সমপৰ্যায়ৰ। আমেৰিকাৰ পৰা ভাৰতে এফ-৩৫ যুঁজাৰু বিমান ক্ৰয় কৰাৰো পৰিকল্পনা কৰি আছিল। কিন্তু শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ সম্পৰ্কত তিক্ততা আহি পৰাৰ বাবে এতিয়া ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় নকৰে এফ-৩৫ যুঁজাৰু বিমান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd