DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীনক দিব টক্কৰ! : আমেৰিকাৰ পৰা পুনৰ ৭২ হাজাৰ অত্যাধুনিক মাৰাণাস্ত্ৰণ ক্ৰয় কৰিব ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 8:26 pm
index.jpgkk
13.9k
VIEWS
Share on FacebookShare on Twitter

চীন-ভাৰতৰ সীমান্তৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ পৰা বুজন পৰিমাণৰ অত্যাধুনিক আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিব ভাৰতে।

ভাৰতীয় সেনা বাহিনীৰ বাবে অতিৰিক্ত ৭২ হাজাৰ ছিগ-৭১৬(Sig Sauer assault rifles) ক্ৰয় কৰিব ভাৰতে।

এক বিশেষ সূত্ৰৰ অনুসৰি ২০১৯ বৰ্ষৰ ডিচেম্বৰত আমেৰিকাৰ পৰা ৭২ হাজাৰ ছিগ-৭১৬ ৰাইফল ভাৰতে ক্ৰয় কৰিছিল।

বৰ্তমান ভাৰতে পুনৰ সেই পৰিমাণৰ একে বিধ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিব ভাৰতে।

উল্লেখ্য যে কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক ছিগ-৭১৬ ৰাইফল ব্যৱহাৰ কৰে।

সেনাৰ এক বিষয়াই জনাইছে যে এই মুহূৰ্তত ভাৰতীয় সেনাৰ ইনফান্ট্ৰি ডিভিজনত ৮ লাখ এনে অত্যাধুনিক ৰাইফলৰ প্ৰয়োজন।

সেই প্ৰয়োজন পূৰণৰ বাবে আমেৰিকাৰ পৰা পুনৰ ৭২ হাজাৰ এনে ৰাইফল ক্ৰয় কৰা হৈছে।

প্ৰায় দুই দশক ধৰি ভাৰতীয় সেনাই ৫.৫ এম এম ইনছাছ (5.5 mm Insas) ৰাইফল ব্যৱহাৰ কৰি আছে।

উল্লেখ্য যে কূটনৈতিক স্তৰৰ আলোচনা অব্যাহত থাকিলেও চীনৰ সৈতে ভাৰতৰ যুদ্ধ সম্ভাৱনা মাৰ যোৱা নাই।

সেয়ে জুন মাহৰ ভিতৰত ভাৰতীয় সেনাক ৫০০ কোটি টকাৰ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰাৰ এক প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল।

Recent News

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd