• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুমেৰাং হ’ল চৰকাৰী প্ৰচাৰাভিযান; CAAৰ সপক্ষে নহয়, বিপক্ষেহে ছচিয়েল মিডিয়াত ধুমুহা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 31, 2019 12:48 pm

2 min read

images

প্ৰতিনিধিত্বমূলক ফটো

2k
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ সমৰ্থনত এক ছচিয়েল মিডিয়া প্ৰচাৰাভিযান আৰম্ভ কৰাৰ সময়তে ইয়াৰ বিপৰীতে আৰম্ভ কৰা #IndiaDoesNotSupportCAA (ভাৰতে কা সমৰ্থন নকৰে অভিযানে) ছচিয়েল মিডিয়া তথা টুইটাৰত অধিক প্ৰসাৰ লাভ কৰে।

বৰ্তমান #IndiaDoesNotSupportCAA সোমবাৰৰ নিশাৰ পৰা বিশ্বৰ চাৰিটা শীৰ্ষ ট্ৰেণ্ডৰ মাজত টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত আছে।

তদুপৰি মঙলবাৰে পুৱাৰ ভাগলৈকে ই ভাৰতৰ অন্যতম শীৰ্ষ ট্ৰেণ্ডৰ মাজত আছে। মঙলবাৰে ৰাতিপুৱা ৪.৪৪লাখ টুইটেৰে ই শীৰ্ষ স্থানত আছে।

প্ৰকৃততে #IndiaDoesNotSupportCAA কেম্পেইন আৰম্ভ কৰা হৈছিল বিজেপিয়ে সোমবাৰে আৰম্ভ কৰা #IndiaSupportsCAA কেম্পেইনৰ প্ৰত্যুত্তৰ।

চৰকাৰৰ বহু উচ্চ পদস্থ নেতাই অংশগ্ৰহণ কৰা #IndiaSupportsCAAত আধ্যাত্মিক গুৰু সদগুৰু জাগ্গি বাসুদেৱৰ এটা ভিডিঅও সংলগ্ন কৰা হৈছিল।

#IndiaDoesNotSupportCAA ট্ৰেণ্ডত আইনখনৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰা হৈছে আৰু দেশজুৰি হোৱা প্ৰতিবাদৰ প্ৰতিফলন ঘটিছে।

উক্ত কেম্পেইনৰ সমৰ্থকসকল উৎসাহিত হৈ পৰিছে কিয়নো প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীকে ধৰি সদগুৰু তথা শাসকীয় দলৰ সমৰ্থকসকলে #IndiaSupportsCAAত হাত উজান দিয়াৰ পাছতো #IndiaDoesNotSupportCAAয়ে ইয়াক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

এগৰাকী য়ুজাৰে #IndiaDoesNotSupportCAA ত প’ষ্ট কৰিছে,’’আপুনি কৰ পৰিশোধ কৰে কিন্তু PAN নাগৰিকত্বৰ প্ৰমান নহয়। আপুনি বায়’মেট্ৰিকছ দিলে কিন্তু আধাৰ নাগৰিকত্বৰ প্ৰমান নহয়।আপুনি বিদেশলৈ ভ্ৰমণ কৰে কিন্তু পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমান নহয়।আপুনি নিৰ্বাচনত ভোট দিয়ে কিন্তু ভোটাৰ আই ডি নাগৰিকত্বৰ প্ৰমান নহয়।মই CAAৰ সম্পূৰ্ণ বিৰোধিতা কৰো।‘’

এইদৰে #IndiaSupportsCAAৰ ১.২২ লাখ টুইটক অতিক্ৰমি #IndiaDoesNotSupportCAAত ৩.৩৩ লাখ টুইট আহে আৰু সেইদৰে চৰকাৰী প্ৰচাৰ ম্লান হৈ পৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd