• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাছাৰ মংগল অভিযান : ভাৰতীয় মূলৰ বিজ্ঞানীৰ গুৰুত্বপূৰ্ণ ভূমিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 5:08 pm

1 min read

নাছাৰ মংগল অভিযান : ভাৰতীয় মূলৰ বিজ্ঞানীৰ গুৰুত্বপূৰ্ণ ভূমিকা
126
VIEWS
Share on FacebookShare on Twitter

অত্যাধুনিক প্ৰযুক্তিৰ নাছাৰ পাৰ্জেভেৰেন্স ৰ’ভাৰখন মংগল গ্ৰহণত অৱতৰণ কৰাৰ পাছতে বিজ্ঞানজগতত আলোড়ণৰ সৃষ্টি হৈছে।

ভাৰতীয় সময় অনুযায়ী শুকুৰবাৰে ৰাতি ২.২৫  বজাত মংগল গ্ৰহত অৱতৰণ কৰা উক্ত যানখনৰ স’তে ভাৰতীয় মূলৰ এগৰাকী বিজ্ঞানীও জড়িত হৈ আছে।

শ্বাতী মোহন নামৰ বিজ্ঞানীগৰাকীয়ে মিছনটোৰ নেতৃত্ব, পৰিচালনা আৰু কণ্ট্ৰল অপাৰেচনত প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰিছিল।

বিজ্ঞানীগৰাকীয়ে নিশ্বিত কৰে যে মংগল গ্ৰহৰ অপৰিচিত জলবায়ুৰ মাজেৰে বিভিন্ন জটিলতাৰ মাজতো ৰভাৰখন তাত অৱৰতণ কৰিব পাৰিছে।

এবছৰ বয়সতে পিতৃ-মাতৃৰ স’তে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিলৈ প্ৰব্ৰজন কৰা স্বাতী মোহনে কৰ্ণেল ইউনিভাৰ্চিটি, মাচ্চাচুচেট্টছ ইনষ্টিউট অৱ টেকন’লজীৰ পৰা মহাকাশ বিজ্ঞানৰ শিক্ষা লাভ কৰে।

বিজ্ঞানীগৰাকীয়ে কয় যে তেওঁৰ মহাকাশ সম্পৰ্কীয় জিজ্ঞাসাৰ আৰম্ভ হয় ন বছৰ বয়সতে চোৱা ষ্টাৰ ট্ৰেক নামৰ জনপ্ৰিয় টিভি শ্ব’টোৰ দ্বাৰা।

নাছাৰ মাৰ্চ২০২০ মিছনৰ এই ৰ’ভাৰখনৰ দ্বাৰা মংগলগ্ৰহৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰি গ্ৰহটোত জীৱনধাৰণৰ সম্ভাৱনাৰ বিষয়েও অৱগত হ’ব।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd