DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লাডাখত চীন সেনাৰ ১৬ টা নতুন শিবিৰ : সীমান্তত ৪৫ হাজাৰো অধিক সেনাৰ মোতায়েন ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2020 8:57 pm
images
7.1k
VIEWS
Share on FacebookShare on Twitter

পূৱ লাডাখ সীমান্তৰ সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় সেনা।

৪৫ হেজাৰ পদাতিক সৈন্য, টি-৯০ ভীষ্ম টেংক, আকাশমুখী ক্ষেপনাস্ত্ৰ আদিৰ লগতে এয়াৰ চাৰ্ভিলেন্স ছিষ্টেমৰো সাজু কৰা লাডাখ সীমান্তত।

ইফালে চীনে লাডাখ সীমান্তত নতুনকৈ স্থাপন কৰা ১৬ টা সেনাৰ ছাউনী উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

দিল্লীয়ে আগ্ৰাসী পদক্ষেপ নলয় বুলি স্থিতি স্পষ্ট কৰি কয় যে বিপক্ষই আক্ৰমণ কৰিলে যাতে প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবেহে ভাৰতীয় সেনাই নিজকে সাজু কৰি তুলিছে।

বিৰোধী ৰাজনৈতিক শিবিৰে চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলিছে যে, ইতিমধ্যে চীনে ১৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

চীনে নতুনকৈ ভাৰতীয় ভূখণ্ড দখলৰ প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈহে এই সমৰসজ্জা ভাৰতৰ।

চীনে দখল কৰা ভাৰতীয় ভূমি উদ্ধাৰ বাবে নহয় বুলিও চৰকাৰক কটাক্ষ কৰিছে বিৰোধীয়ে।

বিৰোধীৰ এই অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই ভাৰত চৰকাৰে। আনকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

সীমান্তত সেনাৰ সঞ্চালন আৰু মোতায়েন বঢ়ালেও চীনে দখল কৰা ভূমি উদ্ধাৰ কৰিব নে নাই সেই বিষয়ে এতিয়াও একো কোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

ইফালে দুদিন পূৰ্বে ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ বৈঠকৰ পিছত এই সংঘাত নিৰশনৰ প্ৰচেষ্টা দীৰ্ঘম্যাদী হ’ব বুলি জানিব পৰা গৈছে।

দিল্লীয়ে খুব ভালদৰে বুজি উঠিছে যে এই মুহূৰ্তত সীমান্তৰ বিবাদ তথা সংঘাতৰ আশু সমাধান নাই!

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd