• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডত আক্ৰান্ত হৈ মৃত্যু ভাৰতীয় সেনাৰ ব্ৰিগ্ৰেডিয়াৰ বিকাশ শ্যামলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 2, 2020 5:07 pm

1 min read

coronavirus-death-1-700x375

প্ৰতিনিধিত্বমূলক ফটো।

337
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছে সংহাৰৰ সৃস্টি কৰা ভাৰতবৰ্ষত এতিয়ালৈকে ৬ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে।

শেহতীয়াকৈ কৰ’না ভাইৰাছে প্ৰাণ কাঢ়ি নিলে ভাৰতীয় সেনাৰ এগৰাকী শীৰ্ষ বিষয়াৰ।

কলকাতাস্থিত সেনাৰ ইস্টাৰ্ণ কামান্ডৰ ব্ৰিগ্ৰেডিয়াৰ বিকাশ শ্যামলৰ বৃহস্পতিবাৰে পুৱা কলকাতাৰ এখন চিকিৎসালয়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই কন্যাক এৰি থৈ গৈছে।

কিছুদিন পূৰ্বে সেনা বিষয়াগৰাকীৰ পৰিয়ালৰ আন সদস্য কেইগৰাকীও কোভিডত আক্ৰান্ত হৈছিল। অৱশ্যে তেওঁলোক বৰ্তমান সুস্থ হৈ উঠিছে।

বিগত কিছুদিন ধৰি কলকাতাৰ বাৰাকপুৰৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সেনা বিষয়া গৰাকীৰ স্বাস্থ্যৰ বৃহস্পতিবাৰে পুৱা অধিক অৱনতি ঘটে আৰু তেওঁ মৃত্যুক সাৱটি লয়।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্যামলক বাৰাকপুৰ চিকিৎসালয়ৰ পৰা কমান্ড চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল।

উল্লেখ্য, শেহতীয়াকৈ বি এছ এফৰো ১০১৮ গৰাকী বিষয়া-জোৱান কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে ৪ জন জোৱানৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Tags: COVID-19

Recent News

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd