• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ নাগৰিকক তিনি বছৰ কাম কৰাৰ সুযোগ দিয়াৰ চিন্তা-চৰ্চা ভাৰতীয় সেনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2020 3:14 pm
image

ভাৰতীয় সেনা। প্ৰতিনিধিত্বমূলক ফাইল ফটো

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনা বাহিনীত এইবাৰ সাধাৰণ নগৰিকেও কাম কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ভাৰতীয় সেনাই এই সন্দৰ্ভত ‘ট্যুৰ অফ ডিউটি’ৰ পৰিকল্পনা কৰিছে।

শীঘ্ৰেই এই বিষয়ে এটি প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে।

Apply Now

বুধবাৰে ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে এই বিষয়ে জানিবলৈ দি এনে প্ৰস্তাৱ এটা বিবেচনা কৰি থকা বুলি সদৰী কৰে।

তেওঁৰ কয় যে দেশৰ বিভিন্ন কলেজ-বিশ্ববিদ্যালয় ভ্ৰমণ কৰাৰ পাছত যুৱ সমাজ সেনা বাহিনীত যোগ দিয়াৰ বাবে আগ্ৰহী বুলি জানিব পৰা গৈছে।

প্ৰকৃততে তেওঁলোকেও এজন সৈনিকৰ জীৱনৰ অভিজ্ঞতা অৰ্জন কৰিব বিচাৰে।

সেনা প্ৰধান নাৰাৱনে কয়,’’বিভিন্ন বিশ্ববিদ্যালয়ত আমাৰ সেনা বিষয়াসকলে শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিছে। তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সেই অভিজ্ঞতাৰ পৰা সেনা বিষয়াসকলে জানিব পাৰিছে যে যুৱসকলে সৈনিকৰ জীৱন কেনেকুৱা সেই বিষয়ে জানিব বিচাৰে।‘’

তেওঁ কয়,’’যুৱসকলে কেৰিয়াৰ হিচাপে নহ’লেও সৈনিকৰ অভিজ্ঞতা লাভ কৰিব বিচাৰে। সেয়েহে, আমি তেওঁলোকক এটা সুযোগ দিয়া উচিত বুলি চিন্তা কৰিছো।‘’

‘’ট্যুৰ অফ ডিউটি’’আঁচনিত তিনি বছৰৰ বাবে সাধাৰণ নাগৰিকক কাম কৰাৰ সুযোগ দিলে সেনা বাহিনীত বহু যুৱকে যোগদান কৰিব। তদুপৰি, সমাজেও শিক্ষিত তথা শৃংখলাবদ্ধ লোকৰ দ্বাৰা উপকৃত হ’ব,’’-নাৰাৱনে লগতে কয়।

সেনা সূত্ৰ অনুসৰি,‘’ট্যুৰ অফ ডিউটি’’আঁচনিত প্ৰথমতে এশ জন বিষয়া আৰু এক হাজাৰ জোৱান নিযুক্তি দিয়া হ’ব।

ইয়াৰ সফলতাৰ পাছত আগলৈ আৰু তিনি বছৰৰ বাবে পদত নিযুক্ত কৰা হ’ব।

তিনিবছৰৰ ম্যাদ উকলাৰ পাছত বিষয়া তথা জোৱান সকলক পেঞ্চন নহ’লেও কিছু নগদ ধন দিয়া হ’ব।

আনহাতে, যুদ্ধত শ্বহীদ হ’লে সাধাৰণ জোৱান এজনৰ দৰে মৃতকৰ পৰিয়ালে সকলো সুবিধা লাভ কৰিব।

উল্লেখযোগ্য যে ইজৰাইলত ১৮বছৰৰ উৰ্ধৰ সকলো নাগৰিকে দেশখনৰ সেনা বাহিনীত কিছুদিন কাম কৰাটো বাধ্যতামূলক।

এনে এক আৰ্হিৰে ভাৰতীয় সেনায়ো সাধাৰণ নাগৰিকক সাময়িকভাৱে কাম কৰাৰ সুযোগ দিয়াৰ কথা চিন্তা কৰিছে।

অৱশ্যে, ভাৰতীয় সেনা বাহিনীত কাম কৰাটো সাধাৰণ নাগৰিকৰ বাবে বাধ্যতামূলক নহয়, বৰঞ্চ আগ্ৰহৰ ওপৰতহে নিৰ্ভৰ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd