DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ত পলাই সাৰিব শত্ৰু? ভাৰতক সুৰক্ষা দিবলৈ আহিছে ‘ভাৰত’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 6:59 pm
Bharat
588
VIEWS
Share on FacebookShare on Twitter

বহু সংকটপূৰ্ণ সময়ৰ মাজেৰে পাৰ হৈছে ভাৰতৰ দিন।  এপিনে ক’ৰ’ণা ভাইৰাছৰ সংহাৰ, আন পিনে চীন,পাকিস্তান আদি দেশৰ আগ্ৰাসন। শত্ৰু পক্ষই কোন মূহুৰ্তত আক্ৰমণ চলায় তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে।

এনে মহা দুৰ্যোগৰ সময়তে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ‘ভাৰত’।

হয়, ভাৰতক সহায় কৰিব ‘ভাৰতে’।

দৰাচলতে ‘ভাৰত’ হৈছে দেশৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিওৱা এখন অতি শক্তিশালী ড্ৰোন।

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰ খনক অধিক শক্তিশালী কৰি এই ড্ৰোন তুলি দিয়া হৈছে ভাৰতীয় সেনাৰ হাতত।

চণ্ডীগড়ৰ এটা গৱেষণাগাৰত ডি আৰ ডি অ’ই প্ৰস্তুত কৰা ‘ভাৰত’ নামৰ ড্ৰোন বিধ ব্যৱহাৰ কৰা হ’ব চীনে যুদ্ধৰ দামামা বজোৱা লাডাখ সীমান্তত।

ডি আৰ ডি অ’ৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে বায়’মেট্ৰিক আৰ্হিৰে সাজি উলিওৱা ‘ভাৰত’ ড্ৰোনে নিশাৰ আন্ধাৰতো চিকাৰী পক্ষীৰ দৰে বিচৰণ কৰিব পাৰে।

আন্ধাৰতো ই নিখুঁত ছবি তুলিব পাৰে আৰু তৰিৎ গতিৰে সেয়া নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব পাৰে।বৰফেৰে ভৰা লাডাখৰ অত্যধিক শীতৰ মাজতো এই ড্ৰোনে সক্ৰিয়তাৰে কাম কৰি যাব আৰু হৈ থাকিব ভাৰতীয় সেনাৰ বিশ্বস্ত বন্ধু।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd