DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেপ্তেইনক ‘চুমা’ খাই বৰ্খাস্ত ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2018 7:36 pm
Court-martal-750x375

প্ৰতীকী ছবি।

742
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলা কেপ্তেইনক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত এম এছ জচৱাল নামৰ ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল এজনক বৰ্খাস্তকৰণৰ নিৰ্দেশ দিছে জেনেৰেল ক’ৰ্ট মাৰ্শ্বালে।

বৰ্তমান ভাৰতীয় সেনা প্ৰধানৰ অনুমোদনৰ অপেক্ষাত আছে জেনেৰেল ক’ৰ্ট মাৰ্শ্বালে দেওবাৰে কৰা এই ৰায়দান, নিউজ এ’জেন্সিৰ বাতৰিত প্ৰকাশ।

সেনা আদালতৰ কাৰ্য্যবিৱৰণী অনুসৰি ২০১৬ চনৰ ১৯ অক্তোবৰত অভিযোগকাৰী মহিলা বিষয়াগৰাকীক নিজৰ আৱাসলৈ বিভাগীয় কামত মাতিছিল অসম ৰাইফলছৰ তদানীন্তন ইন্সপেক্তৰ জেনেৰেলজনে। “বিভাগীয় কাম শেষ হোৱাৰ পিছত, অভিযোগ মতে, তেওঁ কেপ্তেইনগৰাকীক বিদায় চুম্বন খুজিছিল আৰু তেওঁৰ গাল আৰু ওঁঠত চুমা দিবলৈ বল প্ৰয়োগ কৰিছিল,” আদালতৰ বিৱৰণীত প্ৰকাশ।

অভিযোগ মতে মহিলা বিষয়াগৰাকীক উক্ত ঘটনাৰ পিছতো সঘনে ফ’ন আৰু মেছেজযোগে হাৰাশাস্তি কৰিছিল জচৱালে।

নাগালেণ্ডৰ ক’হিমাত আছাম ৰাইফলছৰ ইন্সপেক্তৰ জেনেৰেলৰূপে কৰ্মৰত হৈ থকা অৱস্থাত ২০১৬ চনত বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল কনিষ্ঠ মহিলা কেপ্তেইনগৰাকীয়ে।

অভিযোগ অস্বীকাৰ কৰি মে’জৰ জেনেৰেলজনে কয় যে তেওঁ সেনাৰ শীৰ্ষ মহলৰ খামখেয়ালিৰ বলি হৈছে আৰু ক’ৰ্ট মাৰ্শ্বালৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদন জনোৱাৰ অধিকাৰ তেওঁৰ আছে।

সেনাৰ ৱে’স্তাৰ্ন কমান্দৰ অধীনত এগৰাকী লেফতেনেন্ত জেনেৰেলৰ অধ্যক্ষতাত হাৰিয়ানাৰ আম্বালাত অনুষ্ঠিত ক’ৰ্ট মাৰ্শ্বালৰ সদস্যৰূপে আছিল ৬গৰাকী মে’জৰ জেনেৰেল।

সেনা আইনৰ ৬৯ ধাৰাত জচৱালক অভিযুক্ত কৰা হৈছিল। যোৱা জুনৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd