DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ মহানুভৱতা: সীমান্তত সাজি দিলে যুদ্ধত নিহত পাক সেনা বিষয়াৰ কবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 5:39 pm
a grave
1.1k
VIEWS
Share on FacebookShare on Twitter

মহানুভৱতাৰ ক্ষেত্ৰত ভাৰতৰ সেনাৰ বিশ্ব জোৰা সুনাম আছে।

বিপদত পৰা বিদেশৰ লোককো ভাৰতীয় সেনাই উদ্ধাৰ কৰি পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱাৰ নজিৰ আছে।

শেহতীয়াকৈ ভাৰতীয় সেনাই কাশ্মীৰৰ পাক- ভাৰত সীমান্তত ১৯৭২ চনত ভাৰতৰে হোৱা যুদ্ধত নিহত পাকিস্তানৰ সেনা বিষয়া এজনৰ জহি খহি যোৱা কবৰ পুনৰ মেৰামতি কৰি সুন্দৰ ৰূপত সজাই তুলিছে।

ভাৰতীয় সেনাই  এনে কাৰ্যৰ জৰিয়তে সীমান্তত এটা ভাৰতীয় সেনাৰ গুলীতে নিহত পাক সেনা বিষয়া জনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাত আনকি পাক সেনাও আচৰিত হৈছে।

In keeping with the traditions & ethos of the #IndianArmy, #ChinarCorps resuscitated a damaged grave of Major Mohd Shabir Khan, Sitara-e-Jurrat, Pakistan Army, who was Killed in Action (KIA) at a forward location along LC in Naugam Sector on 05 May 1972.#Kashmir@adgpi pic.twitter.com/EjbFQSn9Iq

— Chinar Corps? – Indian Army (@ChinarcorpsIA) October 15, 2020

উল্লেখ্য ১৯৭২ চনৰ ৫ মে’ৰ বিয়লি ৪.৩০ বজাত ভাৰতীয় সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছিল পাক সেনাৰ বিষয়া মেজৰ মহম্মদ ছাবিৰ খান।

পাক সেনা বিষয়া গৰাকীক ভাৰতৰ মাটিতে কবৰ দিয়া হৈছিল।

কিন্তু সময়ৰ সোঁতত সেই কবৰ ভাঙি গৈ জৰাজীৰ্ণ হৈ পৰে। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পচে শেহতীয়াকৈ পুনৰ সেই কবৰ সজাই তুলিছে।

এই বিষয়ে সেনাৰ চিনাৰ কৰ্পচে টুইটযোগে নতুনকৈ সজাই তোলা কবৰৰ ছবি প্ৰকাশ কৰিছে।

সেনাৰ মতে—সৈনিক শত্ৰু দেশৰ হ’লেও মৃত্যুৰ পিছত তেওঁক যোগ্য সন্মান দিয়াটো উচিৎ।

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd