DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চকাত গুলি লাগিলেও ১০০ কিলোমিটাৰ চলি যাব গাড়ী, লগতে আছে ‘ভাবা কবচ’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 7:20 am
iam-gujarat
760
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা তথা আন প্ৰতিৰক্ষা বাহিনী সমূহলৈ নিত্য নতুন প্ৰত্যাহ্বান আহিছে।

এপিনে সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু আন পিনে বহিঃৰাষ্ট্ৰ আক্ৰমণৰ আশংকা।

এনে পৰিস্থিতিত সেনাক সকলো বিপদৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া সেনাৰ হাতত তুলি দিয়া হৈছে ‘ভাবা কবচ’।

এই ‘ভাবা কবচে’ শত্ৰু পক্ষই নিক্ষেপ কৰা AK-47 ৰ গুলীও ৰুধিব পাৰিব।

ভাবা এটোমিক ৰিছাৰ্চ চেণ্টাৰে উদ্ভাৱন কৰা বিশেষ প্ৰযুক্তিৰ আলমত এই বিশেষ ৰক্ষা কবচ সাজি উলিয়াইছে হায়দৰাবাদৰ মিশ্ৰ ধাতু নিগম লিমিটেড,চমুকৈ মিধানিয়ে।

মিধানিৰ সঞ্চালক প্ৰধান সঞ্জয় কুমাৰ ঝাই প্ৰকাশ কৰা মতে তেওঁলোকৰ প্ৰতিষ্ঠানে ভাবা এটোমিক ৰিছাৰ্চ চেণ্টাৰৰ প্ৰযুক্তিৰ ভিত্তিত প্ৰস্তুত কৰা বিশেষ বুলেট প্ৰুফ জেকেট বিধ পূৰ্বৰ সকলো বুলেট প্ৰুফ জেকেটতকৈ যথেষ্ট উন্নত মানৰ আৰু ই সেনাক অতি ভয়ংকৰ আক্ৰমণৰ সময়তো গুলীৰ পৰা ৰক্ষা কৰিব।

সেনাৰ বাবে মিধানিয়ে কেৱল এনে জেকেটেই প্ৰস্তুত কৰা নাই, ইয়াৰোপৰি প্ৰতিষ্ঠানটোৱে সেনাৰ বাবে নিৰ্মাণ কৰিছে বিশেষ বুলেট প্ৰুফ বাহনো।

বিশেষ ধাতুৰে সাজি উলিওৱা এনে বাহৰ চকাত গুলী লাগিলেও কমেও ১০০ কিলোমিটাৰ পথ সুন্দৰ ভাবে গাড়ীখন চলাই নিব পৰা যাব।

লাডাখ সীমান্তত কৰ্মৰত সেনাৰ বাবে প্ৰতিষ্ঠানটোৱে বিশেষ বুট জোতা আৰু তম্বুও নিৰ্মাণ কৰিছে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd