• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰত গ্ৰেণেড নিক্ষেপ কৰিবলৈ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছে চীনৰ পৰা আমদানি কৰা হেক্স’কপ্তাৰ

সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানক ড্ৰোন ধ্বংস কৰাৰ বিশেষ প্ৰশিক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 2:55 pm
a hexom
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰ উপত্যকাত অশান্তিৰ দাবানল বিয়পাই দিবলৈ অনবৰতে চেষ্টা অব্যাহত ৰখা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এতিয়া হেক্স’কপ্তাৰৰ সহায়ত কাশ্মীৰত নিয়োজিত নিৰাপত্তা কৰ্মীৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতীয় নিৰাপত্তা বাহিনীৰ জোৱানৰ সম্পূৰ্ণ অগোচৰে হেক্স’কপ্তাৰৰ সহায়ত আকাশৰ পৰা সন্ত্ৰাসবাদীয়ে অনায়াসে গ্ৰেণেড নিক্ষেপ কৰিবলৈ সক্ষম হৈছে বুলি ভাৰতীয় সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য পাকিস্তানে চীনৰ পৰা শেহতীয়াকৈ বহু হেক্স’কপ্তাৰ ক্ৰয় কৰিছে। হেক্স’কপ্তাৰ হৈছে এক ধৰণৰ ড্ৰোন যাৰ সহায়ত কোনো বস্তু ইঠাইৰ পৰা সিঠাইলৈ লৈ যাব পৰা যায়।

এনে ড্ৰোনৰ জৰিয়তে কম ওজনৰ বোমা বা গ্ৰেণেড আদিও তললৈ নিক্ষেপ কৰিব পৰা যায়।

ভৰতীয় চোৰাংচোৱাই বহু দিন পূৰ্বে এই বুলি তথ্য দিছিল যে পাকিস্তানে বাৰতৰ বিৰুদ্ধে অস্ত্ৰ সৰবৰাহ আৰু ড্ৰোন নিক্ষেপৰ বাবে হেক্স’মিটাৰ ব্যৱহাৰ কৰিছে।

পাক সন্ত্ৰাসবাদীৰ এনে কৌশল প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনায়ো সীমান্তত নিয়োজিত জোৱানক ড্ৰোন ধ্বংস কৰাৰ বিশেষ প্ৰশিক্ষণ দিয়া বুলি ভাৰতীয় সেনাৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয় যে নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰ জোৱান সকলক ড্ৰোন ধ্বংস কৰিব পৰাৰ ১৪ দিনৰ প্ৰশিক্ষণ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

November 8, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd