DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত গ্ৰেণেড নিক্ষেপ কৰিবলৈ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছে চীনৰ পৰা আমদানি কৰা হেক্স’কপ্তাৰ

সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানক ড্ৰোন ধ্বংস কৰাৰ বিশেষ প্ৰশিক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 2:55 pm
a hexom
99.8k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰ উপত্যকাত অশান্তিৰ দাবানল বিয়পাই দিবলৈ অনবৰতে চেষ্টা অব্যাহত ৰখা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এতিয়া হেক্স’কপ্তাৰৰ সহায়ত কাশ্মীৰত নিয়োজিত নিৰাপত্তা কৰ্মীৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতীয় নিৰাপত্তা বাহিনীৰ জোৱানৰ সম্পূৰ্ণ অগোচৰে হেক্স’কপ্তাৰৰ সহায়ত আকাশৰ পৰা সন্ত্ৰাসবাদীয়ে অনায়াসে গ্ৰেণেড নিক্ষেপ কৰিবলৈ সক্ষম হৈছে বুলি ভাৰতীয় সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য পাকিস্তানে চীনৰ পৰা শেহতীয়াকৈ বহু হেক্স’কপ্তাৰ ক্ৰয় কৰিছে। হেক্স’কপ্তাৰ হৈছে এক ধৰণৰ ড্ৰোন যাৰ সহায়ত কোনো বস্তু ইঠাইৰ পৰা সিঠাইলৈ লৈ যাব পৰা যায়।

এনে ড্ৰোনৰ জৰিয়তে কম ওজনৰ বোমা বা গ্ৰেণেড আদিও তললৈ নিক্ষেপ কৰিব পৰা যায়।

ভৰতীয় চোৰাংচোৱাই বহু দিন পূৰ্বে এই বুলি তথ্য দিছিল যে পাকিস্তানে বাৰতৰ বিৰুদ্ধে অস্ত্ৰ সৰবৰাহ আৰু ড্ৰোন নিক্ষেপৰ বাবে হেক্স’মিটাৰ ব্যৱহাৰ কৰিছে।

পাক সন্ত্ৰাসবাদীৰ এনে কৌশল প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনায়ো সীমান্তত নিয়োজিত জোৱানক ড্ৰোন ধ্বংস কৰাৰ বিশেষ প্ৰশিক্ষণ দিয়া বুলি ভাৰতীয় সেনাৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয় যে নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰ জোৱান সকলক ড্ৰোন ধ্বংস কৰিব পৰাৰ ১৪ দিনৰ প্ৰশিক্ষণ দিয়া হৈছে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd