• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যুদ্ধ হ’লে ১৪ লক্ষ্য ভাৰতীয় সৈন্যৰ ওচৰত কিমান দিন টিকি থাকিব পাৰিব পাকিস্তানী সৈন্য? দুয়োখন দেশৰ সামৰিক শক্তিক তুলনা কৰি চাও আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 5:26 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ এক বক্তব্যৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ভাৰত আৰু কাশ্মীৰ সমস্যাৰ কথা কওঁতে তেওঁ ভাৰতৰ ১৩ লাখ সৈনিকৰ শক্তিক উলাই কৰি কয় যে, ইমান বৃহৎ শক্তিয়ে যদি পাকিস্তানক ভয় খুৱাব নোৱাৰে, তেন্তে দুই এজন সন্ত্ৰাসবাদীয়েও ভাৰতৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে।

তেওঁৰ মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে আৰু পুৰণি বিতৰ্ক পুনৰ উত্থাপিত হৈছে। বিশেষকৈ দুয়োখন দেশৰ সামৰিক শক্তিৰ তুলনা আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল যুদ্ধ আৰম্ভ হ’লে পাকিস্তান ভাৰতৰ আগত কিমান দিন টিকি থাকিব পাৰিব?

Apply Now

জেনেৰেল মুনিৰে কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পাকিস্তানে বিনিয়োগ নাপাব বুলি বহুতে আশংকা কৰা হৈছে। আপোনালোকে ভাবিছেনে যে সন্ত্ৰাসবাদীয়ে দেশৰ ভাগ্য কাঢ়ি নিব পাৰে? যদি ১৩ লাখ ভাৰতীয় সেনাই আমাক ভয় খুৱাব নোৱাৰে, তেন্তে এই সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সশস্ত্ৰ বাহিনীক পৰাস্ত কৰিব পাৰে বুলি আপুনি ভাবেনে?”

বিশ্বৰ সামৰিক শক্তিৰ তালিকা প্ৰস্তুত কৰা সংস্থা গ্ল’বেল ফায়াৰপাৱাৰৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ১৪.৫ লাখ সক্ৰিয় সামৰিক জোৱান আছে। যাৰ বাবে ই বিশ্বৰ দ্বিতীয় বৃহত্তম সামৰিক বাহিনী। তাৰ তুলনাত পাকিস্তানৰ সক্ৰিয় বাহিনী এই সংখ্যাৰ আধাতকৈও কম। ভাৰতত বৃহৎ অৰ্ধসামৰিক বাহিনীও আছে, য’ত ২৫ লাখতকৈ অধিক জোৱান আছে, আনহাতে পাকিস্তানত সেই সংখ্যা প্ৰায় ৫ লাখ।

ভাৰতত আছে ৪৫০০ টেংক আৰু প্ৰায় ৫৩৮ খন যুদ্ধ বিমান। অৰ্জুন মেইন বেটল টেংক, ব্ৰহ্মছ মিছাইল, টি-৯০ ভীষ্ম টেংক, পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ আৰু হাউইটজাৰ আৰ্টিলাৰী গান আদি উন্নত অস্ত্ৰ আছে ভাৰতৰ লগত।

ভাৰতৰ বায়ুসেনা ভাৰতৰ প্ৰতিৰক্ষাৰ আন এক শক্তিশালী স্তম্ভ।  ভাৰতৰ প্ৰায় ২২২৯খন বিমান আছে। য’ত আছে ৬০০ৰো অধিক যুঁজাৰু বিমান, ৮৩১খন সহায়ক বিমান, আৰু প্ৰায় ৯০০খন হেলিকপ্টাৰ। প্ৰধান যুদ্ধ বিমানসমূহৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, মিগ-২৯, আৰু থলুৱাভাৱে নিৰ্মিত চুখয় ছু-৩০এমকেআই। ভাৰতত ব্ৰহ্মছ, ৰুদ্ৰাম, আৰতি, নিৰ্ভয় আৰু আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দৰে অত্যাধুনিক ক্ষেপণাস্ত্ৰো আছে।

ভাৰতীয় নৌসেনা হৈছে প্ৰতিৰক্ষা বাহিনীৰ আন এক শক্তিশালী শাখা। ভাৰতে এই ক্ষেত্ৰত অহৰহ শক্তি বৃদ্ধি কৰি আছে। ভাৰতীয় নৌসেনাত বৰ্তমান ১,৪২,০০০ৰো অধিক জোৱান আছে। পাৰমাণৱিক চালিত চাবমেৰিনকে ধৰি প্ৰায় ১৫০খন যুদ্ধজাহাজ আছে ভাৰতৰ। লগতে আছে দুখন প্ৰধান বিমানবাহী জাহাজ – আই এন এছ বিক্ৰমাদিত্য আৰু আই এন এছ বিক্ৰান্ত।

গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স অনুসৰি যোৱা বছৰ পাকিস্তানত বিশ্বৰ ভিতৰতে নৱম শক্তিশালী সামৰিক বাহিনী আছিল। কিন্তু এইবাৰ দ্বাদশ স্থানলৈ নামি আহিছে। এই অৱনতি ঘটিলেও সামৰিক দিশৰ পৰা দেশখন এতিয়াও যথেষ্ট শক্তিশালী। পাকিস্তানত প্ৰায় ৬ লাখ ৫৪ হাজাৰ সক্ৰিয় সামৰিক বাহিনী আছে। পাকিস্তান সেনাৰ হাতত আছে ১৪৩৪খন বিমান। য’ত আছে ৩৮৭খন যুঁজাৰু বিমান, ৬০খন পৰিবহণ বিমান, ৫৪৯খন প্ৰশিক্ষণ বিমান আৰু ৩৫২খন হেলিকপ্টাৰ। ইয়াৰ উপৰিও ইয়াত ৪খন আকাশী ইন্ধন ভৰোৱা টেংকাৰ আৰু ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰ আছে।পাকিস্তানৰ নৌসেনাৰ ১১৪খন জাহাজ আছে। য’ত আছে ৮খন চাবমেৰিন আৰু ৯খন ফ্ৰিগেট। স্থলভাগত পাকিস্তানী সেনাৰ হাতত আছে ৩,৭৪২ টা টেংক, ৫০,০০০ তকৈ অধিক সাজসজ্জিত বাহন, ৭৫২ টা স্বয়ংচালিত আৰ্টিলাৰী ইউনিট, আৰু ৬৯২ টা ভ্ৰাম্যমাণ ৰকেট লঞ্চাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd