• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটত জিমনাষ্ট দীপা কৰ্মকাৰৰ কেৰিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 5:31 pm
dipa Karmakar

জিমনাষ্ট দীপা কৰ্মকাৰ। উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ ৰিঅ’ অলিম্পিক গেইমছত অলপৰ বাবে পদক অৰ্জনত ব্যৰ্থ হোৱা বিৰল প্ৰতিভাৰ অধিকাৰী জিমনাষ্টিক তাৰকা দীপা কৰ্মকাৰৰ কেৰিয়াৰ এতিয়া সংকটত। দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাই জুৰুলা কৰা ত্ৰিপুৰাৰ জিমনাষ্ট গৰাকীয়ে আগন্তুক টকিঅ’ অলিম্পিকছত অংশ লোৱাৰ সপোন যেন সপোন হৈয়ে ৰ’ব।

দীপাৰ প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দীয়ে গভীৰ আশংকা প্ৰকাশ কৰি কয়, ‘আঘাতৰ সমস্যাৰ পৰা মুক্ত হ’বলৈ এতিয়াও যুঁজি আছে দীপাই’।

Apply Now
dipa Karmakar
উৎস-ইণ্টাৰনেট

তেওঁ লগতে কয় যে আঘাতৰ সমস্যাৰ বাবেই যোৱা মাহত মংগোলিয়াত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত দীপাই অংশ ল’ব নোৱাৰিলে।

‘আমি এই মূহুৰ্তত একো কৰিব নোৱাৰো। চিকিৎসকৰ পৰামৰ্শ মতেহে কাম কৰিব পাৰিম। সম্পূৰ্ণ সুস্থ হৈ নুঠা লৈকে মই একো ৰিক্স নলও। যেতিয়া সুস্থ হৈ উঠিব মই চিকিৎসক আৰু ফিজিঅ’ৰ পৰামৰ্শ লম’। এই কথা জানিবলৈ দিয়ে প্ৰশিক্ষক নন্দীয়ে।

জাৰ্মানীত অহা ৪ৰ পৰা ১৩ অক্টোবৰলৈ চলিব ৱৰ্ল্ড চেম্পিয়নশ্বিপ। সেই প্ৰতিযোগিতাখনেই হ’ব টকিঅ’ অলিম্পিকছৰ যোগ্যতা নিৰ্ধাৰণকাৰী প্ৰতিযোগিতা কিন্তু আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থাকিব লগীয়া হ’ব পাৰে দীপা কৰ্মকাৰ।

Dipa karmakar
দীপা কৰ্মকাৰ।উৎস-ইণ্টাৰনেট

অলিম্পিকলৈ এবছৰতকৈও কম দিন থকা সময়ত দীপাৰ অংশ গ্ৰহণ অনিশ্চয়তাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ক্ৰীড়া মহল। এই সংক্ৰান্তত প্ৰশিক্ষক গৰাকীয়ে কয়, ‘এই মূহুৰ্তত তেওঁৰ অলিম্পিকত অংশ গ্ৰহণৰ কথা সম্পৰ্কে একো কৰিব নোৱাৰো। এই সংক্ৰান্ত মত ব্যক্ত কৰাটো ঠিক নহ’ব। প্ৰথমে চিকিৎসকৰ সৈতে কথা পাতিব লাগিব’।

উল্লেখ্য যে দীপাই শেষবাৰৰ বাবে যোৱা মাৰ্চ মাহত অনুষ্ঠিত বাকু ৱৰ্ল্ড কাপত অংশ লৈছিল আৰু আঠুত আঘাত পাইছিল। তেতিয়াৰ পৰাই জিমনাষ্টিকৰ পৰা আঁতৰি আছে দীপা।

ৰিঅ’ অলিম্পিকৰ চমৎকাৰী প্ৰদৰ্শনে সকলোকে আচম্বিত কৰি তোলা দীপাই পুনৰ জিমনাষ্টিক ক্ষেত্ৰলৈ ঘূৰি আহিব বুলি প্ৰশিক্ষকৰ লগতে তেওঁৰ অনুৰাগী সকলে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd