• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হ’ল বিৰাট কোহলী; কি ভাঙিলে, কি গঢ়িলে? চাওক…

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 10:28 am
6_081119112520

বিৰাট কোহলী। ফটো: ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে পৰ্ট অফ স্পেইনত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া মেচত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে বিস্ফোৰক শতক অৰ্জন কৰে।

কোহলীয়ে কেৰিবিয়ান বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি নিজৰ এদিনীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ ৪২সংখ্যক শতক অৰ্জন কৰে।

Apply Now

চলিত এদিনীয়া চিৰিজটোত কোহলীৰ এইটো প্ৰথম শতক। ৱেষ্টইণ্ডিজৰ বিপক্ষে কোহলীয়ে ১১২ টা বলত শতৰাণ সম্পূৰ্ণ কৰে।

কোহলীয়ে মুঠতে ১২০ ৰাণ কৰে। তেওঁ এই ইনিংছটোত ১৪টা চাৰি আৰু এটা ছয় কোবায়।

বিৰাট কোহলীয়ে পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰৰ আটাইতকৈ কম ইনিংছত ৪২ টা শতক অৰ্জনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰে।

ত্ৰিশ বছৰীয়া কোহলীয়ে তেওঁৰ ৪২ সংখ্যক আন্তৰ্জাতিক শতকৰ বিশ্ব ৰেকৰ্ড স্পৰ্শ কৰিবলৈ ২৩৮ খন এদিনীয়াত অংশ লৈ ২২৯ টা ইনিংছ খেলে।

ভাৰতৰ পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ কেৰিয়াৰত ৪০৬ খন এদিনীয়া আন্তৰ্জাতিকৰ ইনিংছত ৪২ টা শতক অৰ্জনৰ অভিলেখ গঢ়িছিল।

শচীনে ২০০৮ চনৰ ২ মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত তেওঁৰ ৪২ সংখ্যক আন্তৰ্জাতিক শতকটো অৰ্জন কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ।

9_081119112823
বিৰাট কোহলী। ফটো : ইন্টাৰনেট

সামগ্ৰিকভাৱে এদিনীয়া আন্তৰ্জাতিক মেচৰ ক্ষেত্ৰত বিৰাট কোহলী বিশ্বৰ সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ ভিতৰত দ্বিতীয় স্থানত আছে।

এই তালিকাত ১০০ টা আন্তৰ্জাতিক শতক অৰ্জনেৰে পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰ শীৰ্ষ স্থানত আছে।

শচীনৰ পাছতে ৭১ টা আন্তৰ্জাতিক শতক অৰ্জনেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিং।

বিৰাট কোহলীৰ বৰ্তমান আন্তৰ্জাতিক মেচত শতকৰ সংখ্যা হ’লগে ৬৭টা। পন্টিঙৰ ৭১টা  আন্তৰ্জাতিক শতকৰ ৰেকৰ্ড ভংগ কৰিবলৈ কোহলীক এতিয়া আৰু ৫টা শতকৰ প্ৰয়োজন।

এদিনীয়া আন্তৰ্জাতিক মেচত সৰ্বাধিক শতক অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-৪৯

বিৰাট কোহলী-৪২টা

ৰিকি পন্টিং-৩০টা

সনথ জয়সূৰ্য-২৮টা

হাছিম আমলা/ৰোহিত শৰ্মা-২৭টা

আন্তৰ্জাতিক মেচত সৰ্বাধিক শতক অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-১০০টা

ৰিকি পন্টিং-৭১টা

বিৰাট কোহলী-৬৭টা

কুমাৰ ছাংগাকাৰ-৬৩টা

জেক কালিছ- ৬২টা

এদিনীয়া আন্তৰ্জাতিক মেচত সৰ্বাধিক ৰাণ অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-১৮৪২৬ ৰাণ

কুমাৰ ছাংগাকাৰ-১৪২৩৪ ৰাণ

ৰিকি পন্টিং-১৩৭০৪ ৰাণ

সনথ জয়সূৰ্য-১৩৪৩০ ৰাণ

মহিলা জয়বৰ্ধনে-১২৬৫০ ৰাণ

ইনজামামুল হক- ১১৭৩৯ ৰাণ

জেক কালিছ-১১৫৭৯ ৰাণ

বিৰাট কোহলী-১১৩৬৫ ৰাণ

সৌৰভ গাংগুলী-১১৩৬৩ ৰাণ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd