• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঞ্চতে দুৰ্ঘটনাত মৃত্যু ঘটিল আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ’ৰ; কেনেকৈ ঘটিল দুৰ্ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 9:06 am
মঞ্চত দুৰ্ঘটনাত মৃত্যু হোৱা আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ' সঞ্জয় শ্বাহ। ফাইল ফটোঃ সংগ্ৰহীত।

মঞ্চত দুৰ্ঘটনাত মৃত্যু হোৱা আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ' সঞ্জয় শ্বাহ। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে নিশা হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত এক কৰ্পৰেট ইভেণ্টৰ সময়ত লোহাৰ পিঞ্জৰা ভাঙি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক চফটৱেৰ কোম্পানীৰ ভাৰতীয় প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহীৰ মৃত্যু হয়। কোম্পানীটোৰ অধ্যক্ষগৰাকীও গুৰুতৰভাৱে আহত হয়।

ভিষ্টেক্স এছিয়া পেচিফিক প্ৰাইভেট লিমিটেডৰ ৰূপালী জয়ন্তী উদযাপনৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৫৬ বছৰীয়া চিইঅ’ সঞ্জয় শ্বাহৰ মৃত্যু হোৱাৰ বিপৰীতে কোম্পানীটোৰ অধ্যক্ষ বিশ্বনাথ ৰাজু দতলাই নিজৰ জীৱন মৃত্যুৰ সৈতে যুঁজি আছে।

দৰাচলতে ভিষ্টেক্সে ৰামোজী ফিল্ম চিটিত কৰ্মচাৰীৰ বাবে কোঠা বুকিং কৰিছিল আৰু দুদিনীয়া ৰূপালী জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছিল। কোম্পানীটোৰ এজন বিষয়াই কয় যে শ্বাহ আৰু ৰাজুক লোহাৰ পিঞ্জৰাৰ পৰা মঞ্চলৈ নমাই আনি উদযাপন আৰম্ভ কৰাৰ এয়া পৰিকল্পিত অনুষ্ঠান আছিল। সন্ধিয়া ৭.৪০ বজাত শ্বাহ আৰু ৰাজুক লোহাৰ পিঞ্জৰাত ওপৰৰ পৰা মঞ্চলৈ নমাই অনাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

Apply Now

লগতে পঢ়কঃ পুনৰ কাম কৰা আৰম্ভ কৰিলে চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে! ISRO-য়ে দিলে ডাঙৰ খৱৰ

আব্দুল্লাপুৰমেট থানাৰ উপ পৰিদৰ্শক ডি কৰুনাকৰ ৰেড্ডীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত সংগীত বাজি আছিল আৰু শ্বাহ আৰু ৰাজুৱে নামি অহাৰ সময়ত নিজৰ কৰ্মচাৰীক হাত জোকাৰিছিল। এই সময়ছোৱাত হঠাৎ পিঞ্জৰাটোৰ লগত সংযুক্ত তাঁৰ দুডালৰ এডাল ভাঙি গ’ল। ইয়াৰ বাবে দুয়োজনে ১৫ ফুটতকৈও অধিক উচ্চতাৰ পৰা পকী মঞ্চত বাগৰি পৰে। ইয়াৰ বাবে দুয়োজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে জনোৱা মতে, দুয়োকে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত কৰ্পৰেট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু কিছুসময়ৰ পিছতে শ্বাহৰ মৃত্যু হয়। আৰক্ষীয়ে জনায় যে আন এজন কোম্পানীৰ বিষয়াৰ অভিযোগৰ ভিত্তিত ফিল্ম চিটি প্ৰগ্ৰেম মেনেজমেণ্টৰ বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়কঃ চাঞ্চল্য! জিমৰ পৰা উভতাৰ পথতে গাড়ীৰ ভিতৰতে আততায়ীয়ে গুলীয়াই প্ৰাণ ল’লে যুৱকৰ

গোচৰত আইপিচিৰ ধাৰা ৩০৪এ (খৰখেদাকৈ কাম কৰা বা গাফিলতিৰ ফলত মৃত্যু হোৱা) আৰু ৩৩৬ (মানৱ জীৱন বা আনৰ ব্যক্তিগত সুৰক্ষা বিপন্ন কৰা) ধাৰা আৰোপ কৰা হৈছে। যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে তাৰ ভিতৰত আছে আৰ এফ চি পৰিচালনা, ইয়াৰ জ্যেষ্ঠ ইভেণ্ট মেনেজাৰ, মুখ্য পৰিচালক (নিৰাপত্তা), বিশেষ প্ৰভাৱশালী ঠিকাদাৰ আৰু ৰছী অপাৰেটৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd