• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘৪০ ঘন্টীয়া নৰক যন্ত্ৰণা’! আমেৰিকাৰ পৰা ওভতা যাত্ৰাৰ অভিজ্ঞতা বৰ্ণনা অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 5:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ১০৪ জন অবৈধ ভাৰতীয়ক লৈ অহা এখন বিমান বুধবাৰে পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে। সেই ১০৪ জনৰ ভিতৰত ৩৩ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ, তিনিজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ আৰু ২ জন চণ্ডীগড়ৰ। আমেৰিকাৰ বায়ুসেনাৰ বিমানত অনাৰ ভয়াবহ অভিজ্ঞতাৰ বৰ্ণনা কৰিছে এই অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ই। তেওঁলোকে দাবী কৰে যে ৪০ ঘণ্টীয়া যাত্ৰাটো আছিল নৰক যন্ত্ৰণাৰ দৰে।

আমেৰিকাৰ পৰা উভতি অহা বেছিভাগ অবৈধ ভাৰতীয়ই দাবী কৰে যে তেওঁলোকৰ গোটেই যাত্ৰাত হেণ্ডকাফ বান্ধি ৰখা হৈছিল। ভৰিত শিকলি বান্ধি থোৱা আছিল। বহিব পৰা ঠাই থাকিলেও ইফালে সিফালে যাবলৈ এক ইঞ্চিও ঠাই নাছিল। অভিযোগ উঠিছে যে বাৰে বাৰে অনুৰোধ কৰিও কোনো ফল নাপালে। হাত-ভৰি চুচুঁৰি টয়লেটলৈ যাব লগা হ’ল৷ ফ্লাইট এটেণ্ডেণ্টসকলে টয়লেটৰ দুৱাৰখন খুলি ঢকিয়াই সোমাবলৈ দিছিল।

Apply Now

তেওঁলোকে লগতে ৪০ ঘণ্টীয়া যাত্ৰাত উপযুক্ত খাদ্য গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগো উত্থাপন কৰে। হেণ্ডকাফ পিন্ধিয়েই খাবলৈ বাধ্য হয়। নিৰাপত্তাৰক্ষীক বাৰে বাৰে হেণ্ডকাফ আঁতৰাবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁলোকে কোনো অনুৰোধ নুশুনিলে।

অবৈধভাৱে বাস কৰা ভাৰতীয়সকলে দাবী কৰে যে এই ভ্ৰমণে তেওঁলোকক কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও বিধ্বস্ত কৰি তুলিছে। এই ভ্ৰমণ বৰ বেদনাদায়ক আছিল। কিন্তু বিমান সংস্থাৰ সকলো নিৰাপত্তাৰক্ষীয়ে বেয়া আচৰণ কৰা নাছিল। কিছুমানে ফল-মূল খাবলৈও দিছিল। বহুতে অভিযোগ কৰে যে তেওঁলোকক দোষী সাব্যস্ত হোৱা অপৰাধীৰ দৰে বিমানেৰে অনা হৈছে।

ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছে। ইতিমধ্যে আমেৰিকাই কেইবাখনো দেশৰ  অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে। প্ৰব্ৰজনকাৰীসকলক ঘূৰাই পঠিয়াবলৈ পেন্টাগনত থকা আমেৰিকাৰ সামৰিক মুখ্য কাৰ্যালয়ৰ পৰাও সহায় লৈছে ৱাশ্বিংটনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd