• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘চেপ্তেম্বৰ-অক্টোবৰত উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন!’; দাবী কৰিলে ভাৰতীয় এক প্ৰতিষ্ঠানে

মাত্ৰ ১০০০ টকাতে উপলব্ধ হ'ব পাৰে ভাৰতত ক'ৰ'না প্ৰতিষেধকবিধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 27, 2020 5:01 pm

2 min read

2d8f1d17094dd5e42c63508553248aee
18.2k
VIEWS
Share on FacebookShare on Twitter

অহা দুই এসপ্তাহৰ ভিতৰতে মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পিছত অক্টোবৰ মাহৰ পৰা উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন। এই দাবী ভাৰতীয় এক প্ৰতিষ্ঠানৰ।

পুনেস্থিত চেৰ’ম ইনষ্টিটিউট অৱ ইণ্ডিয়াই আশা প্ৰকাশ কৰিছে যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’ৰ’না ভাইৰাছৰ ভেকচিনবিধ মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পিছতে অহা চেপ্তেম্বৰ-অক্টোবৰ মাহৰ পৰা উপলব্ধ হ’ব।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে প্ৰতিষেধক তৈয়াৰৰ অংশীদাৰিত্ব থকা বিশ্বৰ সাতটা প্ৰতিষ্ঠানৰ ভিতৰত উক্ত ভাৰতীয় প্ৰতিষ্ঠানটোও আছে।

প্ৰতিষ্ঠানটোৰ ইণ্ডিয়ান ভেকচিন মেজৰৰ মুখ্য কাৰ্যবাহী অধৰ পোনাৱাল্লাৰ মতে বৃট্ৰেইনত ক্লিনিকেল পৰীক্ষণৰ পিছত অহা চেপ্তেম্বৰ-অক্টোবৰৰ ভিতৰতে ভেকচিনবিধৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এছ আই আইএ। পোনাৱাল্লাৰ মতে এছ আই আইএ নিজৰ তত্ত্বাৱধানত ভেকচিনবিধ তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছে।

‘আমাৰ দলটোৱে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ডাঃ হিল(প্ৰফেচৰ এড্ৰিয়ান হিল)ৰ সৈতে অতি ঘনিষ্ঠ তথা দায়িত্ববোধেৰে কাম কৰি আছে আৰু আশা কৰা হৈছে অহা দুই-তিনি সপ্তাহৰ ভিতৰতে পৰীক্ষণ সম্পন্ন কৰি ভেকচিনবিধ প্ৰথম ছমাহৰ বাবে প্ৰতি মাহত ৫ মিলিয়নকৈ ঔষধ উপলব্ধ কৰাব পৰা যাব। ইয়াৰ পিছত প্ৰতিমাহে ইয়াৰ উৎপাদন ১০ মিলিয়নলৈকে বৃদ্ধি কৰিব পাৰিম বুলি আশা কৰা হৈছে।’ অধৰ পোনাৱাল্লাই কয়।

তেওঁ লগতে কয় যে ‘আমি আশা কৰিছো ভাৰতত মে’ মাহৰ পৰা মানৱ শৰীৰত ভেকচিনবিধৰ পৰীক্ষণ সম্পন্ন কৰিব পাৰিম, অন্ততঃ ১০০ গৰাকী ৰোগীৰ শৰীৰত।’

ইফালে মানৱ শৰীৰত ভেকিচন বিধৰ পৰীক্ষণ অহা মে’ মাহত সম্পন্ন কৰা হ’ব বুলি যোৱা বৃহস্পতিবাৰে অক্সফ’ৰ্ডে ঘোষণা কৰিছে।

যদি এই পৰীক্ষণ সফলভাৱে সম্পন্ন হয় তেতিয়া ভাৰতত ভেকচিন বিধৰ মূল্য সকলোৰে বাবে ব্যয়সাধ্য ১০০০ টকাৰ ভিতৰতে নিৰ্ধাৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে পোনাৱাল্লাই।

এইটো হৈছে মানৱ শৰীৰত পৰীক্ষণ কৰিব লগীয়া ছয় নম্বৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন। এই পৰীক্ষণ সফল হ’লে চেপ্তম্বৰলৈ এক মিলিয়ন ভেকিচন সাজু কৰিব পৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসাবিজ্ঞানীসকলে।

Tags: COVID-19

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd