• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত সগৌৰৱে উৰিব ভাৰতৰ জাতীয় পতাকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 4:04 pm
nayegra
889
VIEWS
Share on FacebookShare on Twitter

১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস।

সেই দিনা দেশৰ প্ৰান্তে প্ৰান্তে উৰিব জাতীয় পতাকা। অৱশ্যে ক’ৰ’ণাতংকৰ বাবে এইবেলি আড়ম্বৰপূৰ্ণ ভাৱে দেশত স্বাধীনতা দিৱস উদযাপন কৰিব পৰা নাযাব।

প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত দৰ্শক অবিহনেই ভাষণ দিব।

ক’ৰ’ণাতংকৰ বাবে দেশবাসীয়ে মুকলি কৈ স্বাধীনতা দিৱস উদযাপন কৰিব নোৱাৰিব যদিও সকলোৰে মনত পিছে স্বাধীনতাৰ আনন্দৰ লহৰ প্ৰৱাহিত হৈ আছে। দেশৰ লগতে এইবাৰ বিদেশৰো বহু স্থানত উৰিব ভাৰতৰ ত্ৰিৰংগা।

কানাডাৰ বিশ্ব বিখ্যাত নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত সগৌৰৱে উৰিব ভাৰতৰ জাতীয় পতাকা।

টৰ’ণ্টত থকা ভাৰতৰ কনচুলেট জেনেৰেল অপূৰ্ব আগৰৱালাই জনাইছে যে শনিবাৰে বিয়লি নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত উৰুওৱা হ’ব ভাৰতৰ জাতীয় পতাকা।

কানাডাত বাস কৰা ভাৰতীয় লোক সকলে স্বাধীনতা দিৱস উপলক্ষ্যে খাদ্য মেলাৰো আয়োজন কৰিছে।

অৱশ্যে সকলো কাৰ্যসূচী কোভিড প্ৰট’কল মানিহে কৰা হ’ব।

শনিবাৰে নায়েগ্ৰা জলপ্ৰপাতৰ উপৰি টৰ’ণ্টৰ ৫৫২ মিটাৰ উচ্চতাৰ চি এন টাৱাৰ আৰু চিটি হলতো উৰিব ভাৰতৰ জাতীয় পতাকা।

একেদৰে এইবাৰ ভাৰতৰ জাতীয় পতাকাই উজলাই তুলিব বিশ্ব বিখ্যাত টাইম স্কোৱেৰৰ চৌহদ। আমেৰিকাতো প্ৰৱাসী ভাৰতীয়ই পালন কৰিব স্বাধীনতা দিৱস।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd