DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পত্নীক অপহৰণ আৰু মাৰধৰ কৰি ৰঙাঘৰৰ ভাত খালে এজন প্ৰবাসী ভাৰতীয় লোকে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 3:58 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

321
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছত বাস কৰা এজন ভাৰতীয় লোকক ৫৬ মাহৰ বাবে কাৰাবাস প্ৰদান কৰাৰ উপৰিও মুক্তিলাভৰ পাছত তিনি বছৰৰ বাবে আৰক্ষীৰ নজৰত ৰখা হ’ব।

লোকজনক তেওঁৰ পত্নীক অপহৰণ, অনুসৰণ, ন্যায়প্ৰদানত বাধা আৰু সাক্ষ্য বিকৃতিৰ গোচৰত এই শাস্তি প্ৰদান কৰা হৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল আৰক্ষীৰ মতে, ২০১৯ চনৰ ৬ আগষ্টত আকুলা নামৰ লোকজনে টেক্সাছৰ পৰা মাচ্ছাছুছেট্টছৰ আগাৱামত থকা পত্নীক লগ কৰিবলৈ যায়।

সেই সময়ত তেওঁৰ পত্নী পৃথকে বাস কৰিছিল।

লগ কৰি আকুলাই পত্নীক আক্ৰমণ কৰে আৰু পত্নীৰ এপাৰ্টমেণ্টৰ পৰা জোৰজবৰদস্তি এখন কাৰত উঠাই আনে।

কাৰখনত উঠাই আনোতে পত্নীক কয় যে তেওঁলোক টেক্সাছলৈ গৈ আছে, কিন্তু টেক্সাছলৈ নগৈ পত্নীক অচিনাক্ত স্থানলৈ লৈ যায়।

তাৰপাছত তেওঁ বলপূৰ্বকভাৱে পত্নী নিয়োজিত হৈ থকা কৰ্মস্থানৰ মুৰব্বীলৈ পদত্যাগৰ ই-মেইল পঠোওৱাৰ উপৰিও পত্নীৰ লেপটপটো ভাঙি ৰাস্তাৰ কাষলৈ পেলাই দিয়ে।

আৰক্ষীয়ে অভিযোগ কৰে যে, টেনেছীৰ (Tennessee) এখন হোটেললৈ নি আকুলাই পুনৰ পত্নীক মাৰধৰ পৰে।

হোটেলৰ পৰা আকুলা উলাই আহোতেই স্থানীয় আৰক্ষী প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰে।

আনহাতে, যিসময়ত আকুলা জিম্মাত আছিল,  তেওঁৰ পত্নীৰ দেউতাকে বিষয়টো মিত-মাত কৰিবৰ বাবে ভাৰতত থকা তেওঁৰ নিজৰ পৰিয়াললৈ ফোনো কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

Recent News

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Maharashtra new CM একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী , সন্ধিয়া ৭-৩০ বজাত শপতগ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd